• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টে’ট পৰীক্ষাক প্ৰত্যাহ্বান জনায় ১৫৫ জন টে’ট শিক্ষকৰ উচ্চতম ন্যায়ালয়ত গোচৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 14, 2019 9:38 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ আৰু ঠিকা ভিত্তিক টেট শিক্ষকৰ মাজৰ সংঘাত দিনক দিনে বৃদ্ধি পাব ধৰিছে। অৱশেষত এই সংঘাত উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ।

সাত বছৰৰ মূৰত ৰাজ্যৰ শিক্ষা বিভাগে নতুনকৈ টে’ট অনুষ্ঠিত কৰাৰ ঘোষণা কৰাৰ পিছতে শংকিত হৈ পৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গোচৰ সংক্ৰান্তত সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছত ইয়াক প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ একাংশ ঠিকা ভিত্তিক টেট শিক্ষকে।

Apply Now

১৫৫ জন টে’ট শিক্ষকৰ হৈ টে’টপৰীক্ষাৰ প্ৰসংগক মিলন মজুমদাৰ আৰু প্ৰকাশ হাজৰিকা নামৰ দুজন শিক্ষকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থাপন কৰিছে।

প্ৰকাশ হাজৰিকাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় যে, ‘আমি অসমত টে’ট ৰ বিৰোধিতা কৰা নাই। আমাৰ মূল দাবীতো হ’ল পূৰ্বৰ প্ৰায় ৯ হাজাৰ পদৰ মাজত আমাক নিযুক্তি দিয়ক।’

নতুনকৈ ৰাজ্য চৰকাৰে টে’ট অনুষ্ঠিত কৰিবলৈ লোৱাৰ আগত অস্থায়ী টে’ট শিক্ষক সকলে এনেদৰে এতিয়া উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 22, 2026 3:13 pm
অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

পুনৰ বিপদত চিজেপিৰ নেতা; ক্ৰাইম ব্ৰাঞ্চে তলব কৰিলে সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 22, 2026 3:13 pm
অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী হিংসাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি: ১৯টা স্থানীয় নিকায়ৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত স্থগিতাদেশ

October 22, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd