• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ঠিকাভিত্তিক টে’ট শিক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2019 8:26 am
WhatsApp-Image-2018-06-28-at-11.55.58-AM-1024x576

গুৱাহাটীত টে'ট শিক্ষকৰ প্ৰতিবাদ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ আগবাঢ়িছে ৰাজ্যখনৰ ঠিকাভিত্তিত নিযুক্ত টে’ট শিক্ষকসকল। ইয়াৰ লগতে নতুন দিল্লীতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব টে’ট শিক্ষকসকলে। এছ’চিয়েশ্যন অৱ এছ এছ এ-আৰ এম এছ  এ টিচাৰ্ছ অৱ ইণ্ডিয়াৰ উদ্যোগত নতুন দিল্লীত ৰাজ্যৰ ঠিকাভিত্তিক টে’ট শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব।

শনিবাৰে গুৱাহাটীত অনুষ্ঠিত ৭খন ৰাজ্যৰ ঠিকাভিত্তিক নিযুক্ত টে’ট শিক্ষকসকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধি সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিচপুৰৰ গড়কাপ্টানী বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন ভৱনত শনিবাৰে অনুষ্ঠিত প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Apply Now

সভাত  প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে যিকেইখন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ নিয়ম উলংঘা কৰি আছে তেনে ৰাজ্যৰ শিক্ষকসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাহিৰে গত্যন্তৰ নাই। যিকেইখন ৰাজ্যত চৰকাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ সপক্ষে আছে, তেওঁলোকে এইক্ষেত্ৰত কিছুদিন অপেক্ষা কৰিব।

ঠিকাভিত্তিক শিক্ষকৰ ৰাষ্ট্ৰীয় সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাণাই এটা বিবৃতিযোগে এই বিষয়ে জানিবলৈ দিয়ে।

বিবৃতিটোত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে শিক্ষকসকলে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধি সভাখনত অসমৰ উপৰি ছট্টিশগড়, দিল্লী, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠিকাভিত্তিক শিক্ষক সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

আনহাতে, কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি স্থায়ী পদত নিযুক্তিৰ বাবে ঠিকাভিত্তিক টে’ট শিক্ষকসকলে আন্দোলন কৰি আহিছে যদিও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। অসমত বৰ্তমান প্ৰায় ৪১ হাজাৰ টে’ট উত্তীৰ্ণ শিক্ষকে ঠিকাভিত্তিত চাকৰি কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd