DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফাঁচীবজাৰৰ ব্যৱসায়ীৰ পৰা কোনে তোলে “চান্দা”? মুখ্যমন্ত্ৰীয়ে নিজেই উদঙালে বিজেপিৰ স্বৰূপ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
February 5, 2022 9:03 pm
ফাঁচীবজাৰৰ ব্যৱসায়ীৰ পৰা কোনে তোলে “চান্দা”? মুখ্যমন্ত্ৰীয়ে নিজেই উদঙালে বিজেপিৰ স্বৰূপ
217
VIEWS
Share on FacebookShare on Twitter

ফাঁচিবজাৰত চান্দা তোলাৰ বাবে বাঢ়িছে বস্তুৰ দাম! নিজৰ কথাৰেই বিজেপিৰ স্বৰূপ উদঙালে মুখ্যমন্ত্ৰীয়ে।
যধে মধে চান্দা তোলা সংস্কৃতি বন্ধ হ’ব লাগে। সেয়া সকলোৰে কাম্য।

কিন্তু বিজেপিৰ ক্ষেত্ৰত এয়া মাছ বুলি নাখায়; জিজি বুলি খায়।

চান্দাৰ আন এটা নাম Electoral Bond নেকি?
অসমত সামগ্ৰীৰ মূল্যবৃদ্ধি কিয় হৈছে?

ফাঁচিবজাৰৰ ব্যৱসায়ীৰ পৰা চান্দা তোলাৰ বাবেই হৈছে নেকি সামগ্ৰীৰ মূল্যবৃদ্ধি?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্ব-বিৰোধী বক্তব্য কৈছিল “ফাঁচিবজাৰৰ ব্যৱসায়ীৰ পৰা অত্যাধিক চান্দা তোলাৰ বাবেই সুযোগ বুজি ব্যৱসায়ীসকলে সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি কৰিবলৈ বাধ্য হৈছে।”

সেয়ে আমি অনুভৱ কৰিছো বিজেপিৰ চান্দা সংস্কৃতিৰ অতীত বিশ্লেষণ কৰাৰ।
ফাঁচিবজাৰৰ কোন ব্যৱসায়ীৰ পৰা কেই কোটি টকা লয় বিজেপিয়ে?
দেশৰ আটাইতকৈ বেছি চান্দা তোলা ৰাজনৈতিক দল কোন?
চন ২০২১ ত প্ৰকাশিত এক তথ্য ।
২০২০-২১ বৰ্ষত বিজেপিয়ে নিৰ্বাচন আয়োগক দাখিল কৰা এক তথ্য।
উত্তৰ পূৱৰ ব্যৱসায়ীক ঘাটি ফাঁচিবজাৰৰ পৰা বিজেপিয়ে কিমান কোটি টকাৰ চান্দা লয়?

ফাঁচিবজাৰৰ বজৰং ষ্টীল কৰ্পৰেশ্যনে বিজেপিক প্ৰদান কৰিছিল ৩ কোটি টকা।

ইয়াৰোপৰি, অন্য ব্যৱসায়ী কৈলাশ লোহিয়াই এবছৰত ৫০ লাখ টকা আৰু অজয় কুমাৰ ধনুকাই পাঁচ লাখ টকা প্ৰদান কৰিছে। ফাঁচিবজাৰৰ অন্য এক প্ৰতিষ্ঠান শ্ৰী মহালক্ষ্মী মিলছে উক্ত বৰ্ষত বিজেপিক চান্দা হিচাপে দিবলগীয়া হৈছিল ২০ লাখ টকা।

ইয়াৰ পাছতো ফাঁচীবজাৰৰ পৰা মুখ্যমন্ত্ৰীয়ে চান্দা তোলাৰ বাবে মূল্যবৃদ্ধি হোৱা বুলি কৰা মন্তব্য হাস্যকৰ আখ্যা প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ।

ফাঁচীবজাৰৰ ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰাৰ বাবে বিজেপিকে দায়ী কৰিলে কোঁৱৰে। সৰ্বভাৰতীয় পৰ্য্যায়ত হাজাৰ হাজাৰ কোটি টকা চান্দা সংগ্ৰহ কৰাৰ বাবেই বৃদ্ধি হৈছে নেকি সামগ্ৰীৰ মূল্য? এই প্ৰশ্ন ঋতুপৰ্ণ কোঁৱৰৰ।

এতিয়া বিজেপি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ প্ৰশ্ন :
বিজেপিয়ে অত্যাধিক চান্দা তোলাৰ বাবেই বৃদ্ধি হৈছে নেকি সামগ্ৰীৰ মূল্য?

ব্যৱসায়ী-বণিয়াৰ পৰা নিৰ্বাচনৰ সময়ত চান্দা তোলাৰ বাবেই চৰকাৰ ব্যৰ্থ নেকি মূল্যবৃদ্ধি নিয়ন্ত্ৰণত?

Recent News

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd