DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হস্পিটেলক এইমছলৈ উন্নীত কৰক; ত্ৰিপুৰাৰ বিজেপি সাংসদৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2020 4:42 pm
ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হস্পিটেলক এইমছলৈ উন্নীত কৰক; ত্ৰিপুৰাৰ বিজেপি সাংসদৰ দাবী
255
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হস্পিটেলক এইমছলৈ উন্নীত কৰাৰ বাবে বুধবাৰে লোকসভাৰ মজিয়াত দাবী উত্থাপন কৰে ত্ৰিপুৰাৰ বিজেপিৰ সাংসদ প্ৰতিমা ভৌমিকে।

ত্ৰিপুৰাত এইমছ বিচাৰি দাবী জনাই সাংসদ গৰাকীয়ে শীঘ্ৰে এইক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ হস্তক্ষেপ বিচাৰে।

নিজৰ ভাষণ প্ৰসংগত ত্ৰিপুৰাৰ বিজেপিৰ সাংসদ গৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ বাবে কৰা কামৰ প্ৰশংসা কৰে। ভৌমিকে অলপতে বাংলাদেশৰ সৈতে আৰম্ভ কৰা জলপথৰ কথাও উল্লেখ কৰে।

”ত্ৰিপুৰাৰ জনসাধাৰণে কেতিয়াও নতুন দিল্লীৰ সৈতে ৰাজধানী এক্সপ্ৰেছেৰে সংযুক্ত হ’ব বুলি কল্পনা কৰা নাছিল,” ভৌমিকে নিজৰ ভাষণত লোকসভাত এইদৰে কয়।

”যদিহে ত্ৰিপুৰাত এইমছ স্থাপন কৰা হয় উত্তৰ-পূবৰ অন্য ৰাজ্যও ইয়াৰ ফলত উপকৃত হ’ব,” প্ৰতিমা ভৌমিকে লগতে কয়।

ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হস্পিটেলক কেন্দ্ৰ চৰকাৰে ইচ্ছা কৰিলে অতি সহজে এইমছলৈ উন্নীত কৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও তেওঁ লগতে কয়।

Recent News

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

Stampede broke out: প্ৰসাদৰ বাবে ল’ৰা ঢপৰা; পদপিষ্ট হৈ কমেও ১৭ জন ভক্ত আহত

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

নিশা অহা এজাক মুষলধাৰ বৰষুণতে বুৰ গ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd