• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দোষী সাব্যস্ত হোৱা অভিযুক্তৰ ন্যায়াধীশক ভাবুকি-‘আপুনি কোন? বাহিৰত দেখা কৰক, চাওঁ কেনেকৈ বাচি যায়’!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 22, 2025 2:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দোষী সাব্যস্ত হোৱাৰ পিছতে দিল্লীৰ আদালতৰ কক্ষত অভিযুক্ত আৰু তেওঁৰ অধিবক্তাই এগৰাকী মহিলা ন্যায়াধীশক ভাবুকি দিয়ে। অভিযুক্তই মহিলা ন্যায়াধীশক উদ্দেশ্যি কয়, “আপুনি কোন? বাহিৰত দেখা কৰক, চাওঁচোন আপুনি কেনেকৈ জীৱিত অৱস্থাত ঘৰলৈ উভতি যায়।” এই কথা শুনি ন্যায়াধীশ শিৱাংগী মংগলাকে ধৰি আদালতত উপস্থিত থকা সকলোৱে স্তম্ভিত হৈ পৰে।

ন্যায়াধীশ শিৱাংগী মংগলাই যোৱা ২ এপ্ৰিলত চেক বাউন্স গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। তাতেই অভিযুক্ত খঙত তিঙিৰি তুলা হৈ পৰে। যিকোনো উপায়েৰে আদালতৰ ৰায় তেওঁৰ পক্ষত নিবলৈ অধিবক্তাগৰাকীৰ ওপৰত হেঁচা অব্যাহত ৰাখিছিল অভিযুক্তই। সেই সময়তে দোষী সাব্যস্ত হোৱা ব্যক্তিজনে আদালতৰ মহিলা ন্যায়াধীশ শিৱাংগী মংগলাৰ উদ্দেশ্যি এই মন্তব্য কৰে।

Apply Now

আদালতৰ নিৰ্দেশনাতো অভিযুক্তৰ সেই কু-মন্তব্যৰ কথা উল্লেখ কৰা হৈছে। নিৰ্দেশনাত কোৱা হৈছে যে ৰায়দান তেওঁৰ পক্ষত নথকাৰ পিছত অভিযুক্তই ন্যায়াধীশৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল। ন্যায়াধীশক হাৰাশাস্তি কৰিবলৈ ধৰে। ন্যায়াধীশগৰাকীৰ মাতৃৰ বিৰুদ্ধেও তেওঁ হিন্দীত কিছু মন্তব্য কৰে।

সেই সময়ত অভিযুক্তৰ হাতত এটা বস্তু আছিল, যিটো তেওঁ ন্যায়াধীশৰ পিনে মাৰি পঠিয়াবলৈ চেষ্টা কৰে। অৱশেষত অভিযুক্তই যিকোনো উপায়েৰে নিজৰ পক্ষত ৰায়টো আনিবলৈ নিজৰ অধিবক্তাৰ কাষ চাপে। ইয়াৰ পিছত দুয়োজনে ন্যায়াধীশক অপমান কৰিবলৈ ধৰে।

নিৰ্দেশটোত উল্লেখ আছে যে অভিযুক্ত আৰু তেওঁৰ অধিবক্তাই ন্যায়াধীশক মানসিক আৰু শাৰীৰিকভাৱে হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিছিল। লগতে অভিযুক্তক দোষমুক্ত নকৰিলে ন্যায়াধীশগৰাকীক পদত্যাগ কৰিবলৈ বাধ্য কৰা হ’ব বুলিও তেওঁলোকে দাবী কৰে৷ অৱশ্যে এই পৰিস্থিতিতো ন্যায়াধীশগৰাকী নিজৰ স্থিতিত অটল থাকে।

এই বিষয়টো ৰাষ্ট্ৰীয় মহিলা আয়োগৰ দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত লৈছে ন্যায়াধীশগৰাকীয়ে। ন্যায়াধীশ মংগলাই এই আচৰণৰ বাবে অভিযুক্তৰ অধিবক্তা অতুল কুমাৰলৈও কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd