• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে ভাৰতৰ বাবে সুখবৰ : ভাৰতে লাভ কৰিব বিনামূলীয়া কোভিড ভেকচিন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 23, 2020 7:48 am
COVID19-positive-1140x570-3-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বই কোভিড১৯ মহামাৰীত ত্ৰস্তমান।

ভাৰততো হোৰাহোৰে বাঢ়িছে কোভিড আক্ৰান্তৰ সংখ্যা। বাঢ়িছে আক্ৰান্তৰ মৃত্যুৰ সংখ্যাও। কোভিড প্ৰতিৰোধৰ বাবে দেশত বৰ্তমানেও চলি আছে বিভিন্ন পৰ্যায়ৰ ল’কডাউন তথা আনল’কৰ দৰে ব্যৱস্থা।

Apply Now

এনে এক আতংকময় পৰিৱেশতে ভাৰতৰ বাবে সুখবৰ প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে কোভিড১৯ প্ৰতিষেধক আৱিষ্কাৰত ব্যস্ত থকাৰ সময়তে ভাৰতত কোভেক্সিন নামৰ প্ৰতিষেধকবিধ দিল্লীস্থ সৰ্ব ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানসহ দেশৰ প্ৰথম শ্ৰেণীৰ ১৩ খন চিকিৎসালয়ত ক্লীনিকেল ট্ৰায়েল অৰ্থাৎ মানৱ দেহত পৰীক্ষণ আৰম্ভ হৈছে।

ইয়াৰ সমান্তৰালভাৱে চেৰাম ইষ্টিটিউট অৱ ইণ্ডিয়াই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে উদ্ভাৱন কৰা কোভিড ভেকিচন কোভিশ্বিল্ডও ভাৰতত ৫,০০০ লোকৰ মানৱ শৰীৰত তৃতীয় পৰ্যায়ৰ পৰীক্ষণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

তৃতীয় পৰ্যায়ৰ মানৱ শৰীৰৰ পৰীক্ষণ সফল হ’লেই এই ভেকচিনবিধক কোভিড১৯ ৰোগীৰ শৰীৰত কোভিড১৯ প্ৰতিষেধক হিচাপে প্ৰয়োগ কৰিব পৰা হ’ব।

এই সম্ভাৱনা দেখা দিয়াৰ লগে লগে ভাৰতক এটা সুখবৰ দিছে ভেকচিনবিধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান চেৰাম ইষ্টিটিউট অৱ ইণ্ডিয়াই।

ভেকচিনবিধ কোভিড১৯ প্ৰতিষেধক হিচাপে কোভিড ৰোগীৰ শৰীৰত প্ৰয়োগৰ স্বীকৃতি লাভ কৰাৰ পিছতেই ইয়াক ভাৰতত বিনামূলীয়া কৰা হ’ব বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে।

ভাৰতত ১০০০ টকাৰ মূল্য নিৰ্ধাৰণ কৰিবলগীয়া কোভিশ্বিল্ডক প্ৰথম পৰ্যায়ত ভাৰতক ৫০ কোটি পৰিমাণৰ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিব চেৰাম ইষ্টিটিউট অৱ ইণ্ডিয়াই।

ইফালে জানিব পৰা মতে এই ভেকচিনবিধ সফল হ’লে ভাৰতত জাতীয় টিকাকৰণৰ কৰা হ’ব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে এই ভেকচিনেৰে চৰকাৰী টিকাৰণৰ প্ৰকল্প আৰম্ভ কৰাৰ কথা।

অৱশ্যে চেৰাম ইষ্টিটিউট অৱ ইণ্ডিয়াৰ এই কোভিশ্বিল্ড প্ৰতিষেধকবিধ মানৱ শৰীৰত তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিলেও ইয়াক কোভিড প্ৰতিষেধক হিচাপে কাৰ্যকৰী কৰিবলৈ এতিয়াও আৰু কিছু মাহৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd