• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত কৰ’নাভাইৰাছ আক্ৰান্ত ৫৬২লৈ বৃদ্ধি; কেৰালাত সৰ্বাধিক, উ-পূ.ত দুই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 5:07 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3.4k
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬২ গৰাকীলৈ বৃদ্ধি পাইছে।

উত্তৰ-পূবৰ মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। অসমত এতিয়ালৈকে কোনো আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

দেশত ৪০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্তক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ১০ গৰাকী লোকে এই ৰোগত প্ৰাণ হেৰুৱাইছে।

শেহতীয়াকৈ তামিলনাডুত এগৰাকী লোকে প্ৰাণ হেৰুওৱাৰ খবৰ আহিছে।

কৰ’নাভাইৰাছত আটাইতকৈ বেছিকৈ আক্ৰান্ত ৰাজ্যখন হৈছে কেৰালা। ৰাজ্যখনত ১০৯  গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

মহাৰাষ্ট্ৰতো কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই ১০০ৰ সীমা অতিক্ৰম কৰিছে।

কৰ্নাটকত ৪৬ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

তেলেংগানা আৰু উত্তৰ প্ৰদেশত ৩৫ গৰাকীকৈ ৰোগী চিনাক্ত হৈছে। তেলেংগানাত আক্ৰান্তৰ ভিতৰত আছে ১০ গৰাকী বিদেশী নাগৰিক।

উত্তৰ প্ৰদেশতো এগৰাকী বিদেশী নাগৰিক আক্ৰান্ত হৈছে।

গুজৰাটত ৩৩ গৰাকী আৰু দিল্লীত ৩০ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

তামিলনাডুত ১৮ গৰাকী আৰু লাডাখত ১৩ গৰাকী ৰোগী চিনাক্ত হৈছে।

পশ্চিম বংগ, মধ্য প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশত নগৰাকীকৈ ৰোগী চিনাক্ত হৈছে।

জম্মু-কাশ্মীৰত সাতগৰাকী আৰু হিমাচল প্ৰদেশ আৰু বিহাৰত তিনগৰাকীকৈ ৰোগী চিনাক্ত হৈছে।

ওড়িছাত দুগৰাকী আৰু পুডুচেৰি আৰু ছত্তিশগড়ত এগৰাকীকৈ ৰোগী চিনাক্ত হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৰ’নাভাইৰাছ প্ৰতিহত কৰাৰ বাবে সমগ্ৰ দেশত ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

প্ৰধান মন্ত্ৰীয়ে দেশৰ প্ৰত্যেকজন লোককে মহামাৰীবিধক গুৰুত্বসহকাৰে লৈ ঘৰতে থাকিবলৈ আহ্বান জনাইছে।

Recent News

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ব্লেকমেইল কৰাৰ অভিযোগ ৰাজস্থান ৰয়েলছৰ স্বত্বাধিকাৰীৰ; তৰিলে গোচৰ

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

এয়াৰ ইণ্ডিয়াৰ ‘অভিশপ্ত’ বিমানখনত কি ঘটিছিল? ব্লেক বক্সৰ পৰা উদ্ধাৰ সকলো তথ্য!

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

৫ বছৰৰ মূৰত জুলাইত হিংসাগ্ৰস্ত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোডীৰ

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

‘মহাকাশৰ পৰা নমস্কাৰ’: মহাকাশচাৰী সুভাংশু শুক্লাৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক অভিবাদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd