• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছ: সোমবাৰে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 21, 2020 4:17 pm

1 min read

33.4k
VIEWS
Share on FacebookShare on Twitter

অসম চেম্বাৰ্ছ অৱ কমাৰ্চে ২৩ মাৰ্চ সোমবাৰে ৰাজ্যৰ সৰু-বৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে।

বজাৰ, খাদ্য সামগ্ৰীৰ দোকান, শ্বপিং মল, ৰেস্তোৰাঁকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিবৰ বাবে আহ্বান জনাইছে চেম্বাৰ্ছ অৱ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে এই বন্ধৰ আহ্বান জনোৱা বুলি গোস্বামীয়ে উল্লেখ কৰে।

উক্ত দিনটোত পুৱা ৬ বজাৰ পৰা ৯ বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে আহ্বান জনোৱা হৈছে।

ইয়াৰোপৰি গাখীৰ, ঔষধ আৰু জৰুৰীকালীন সেৱাৰ বাহনক বাদ কৰি ব্যৱসায়িক বাহন, পৰিবহণ নিগমৰ বাছ আদিৰ চলাচল বন্ধ ৰাখিবলৈও তেওঁ আহ্বান জনায়।

এই বন্ধ জাতি আৰু দেশৰ ৰক্ষাৰ বাবে বুলি উল্লেখ কৰি গোস্বামীয়ে লগতে কয়, “এই বন্ধৰ সুযোগ লৈ কোনেও যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰে তাৰ বাবে ব্যৱসায়ীসকলক আহ্বান জনাইছো”

বিশেষকৈ বজাৰ আৰু শ্বপিং মলসমূহ বন্ধ ৰাখিব লাগে বুলি গোস্বামীয়ে উল্লেখ কৰে।

“কাৰণ এই দুই স্থানত মানুহৰ সমাগম বেছি হয়। গতিকে কিবা অঘটন সংঘটিত হ’বলৈ হ’লে মাৰাত্মক ৰূপ ল’ব,” গোস্বামীয়ে কয়।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd