DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলঙত ক’ৰ’না ভাইৰাছ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
March 16, 2020 7:29 am
হাফলঙত ক’ৰ’না ভাইৰাছ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি
4.5k
VIEWS
Share on FacebookShare on Twitter

চীন, ইটালীকে ধৰি বিশ্বৰ বিভিন্ন দেশত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছে ভাৰততো এতিয়া গুৰুতৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে। দেশত এইপৰ্যন্ত ১০০টকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ২ লোকৰ ইতিমধ্যে মৃত্যু হৈছে।

অসম চৰকাৰে ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ১৫ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, চুইমিং পুল, ছবিগৃহ আদি বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

ইয়াৰ মাজতে ছাত্ৰ সমাজক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্পৰ্কে আৰু অধিক সজাগ কৰাৰ উদ্দেশ্যৰে অলপতে হাফলং চহৰৰ ওচৰৰ জি চি লাঙঠাচা হাইস্কুলত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়।

বিদ্যালয় কৰ্তৃপক্ষয়ে আয়োজন কৰা উক্ত সভাত প্ৰধান শিক্ষয়ত্ৰী এম চুচিয়াঙে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যী কয়, ‘আজিৰ দিনত চৌদিশে ক’ৰ’না ভাইৰাছৰ আতংকই ৰাইজক ভীতিগ্ৰস্ত কৰিছে। কিন্তু আমি অকল আতংকিত হ’লে নহ’ব,  আমি সজাগ আৰু  সচেতন হ’ব লাগিব।’

বিদ্যালয়খনৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰী ভাগ লোৱা সজাগতা অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে চাবুনেৰে ভালকৈ হাত ধুব লাগে তাক শিকোৱা হয়।

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd