DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত কৰ’নাৰ কৰা’ল গ্ৰাস; আক্ৰান্তৰ সংখ্যা ৮৩৪ জনলৈ বৃদ্ধি, ১৯জন লোকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 8:27 am
Coronavirus-750x375.jpg1

প্ৰতিনিধিত্বমূলক ছবি

4.9k
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা নভেল কৰ’না ভাইৰাছৰ কৰা’ ল গ্ৰাসত লাহে লাহে যেন ভাৰতো সোমাই পৰিছে।

ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাই হাজাৰ স্পৰ্শ কৰিবৰ উপক্ৰম হৈছে।

শুকুৰবাৰে নিশা পৰ্যন্ত শেহতীয়া খৱৰ অনুসৰি ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৮৮৭জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ১৯জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

অৱশ্যে, স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত কৰ’নাত মৃত্যুৰ সংখ্যা ১৯জন বুলিয়েই কোৱা হৈছে।

আনহাতে, আক্ৰান্তৰ সংখ্যা ৮৩৪জন বুলি কোৱা হৈছে। ইয়াৰ ভিতৰত ৬৭৭জন ভাৰতীয় আৰু ৪৭জন বিদেশী নাগৰিক।

ভাৰতত এতিয়ালৈকে আটাইতকৈ বেছি মহাৰাষ্ট্ৰত ৪জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৫৬জন।

ইয়াৰ পাছতেই কৰ্ণাটকত ৩জনৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা হৈছে ৬৪জন।

ইপিনে, কেৰালাত সৰ্বাধিক ১৭৬জন আক্ৰান্ত হৈছে যদিও এতিয়ালৈকে তাত কোন লোকৰ মৃত্যু হোৱা নাই।

গুজৰাটতো ৩জন লোকৰ মৃত্যু হৈছে আৰু মধ্য প্ৰদেশত ২জন লোকৰ মৃত্যু হৈছে।

চুবুৰীয়া ৰাজ্য পশ্চিমবংগত ১৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে।

অসমত এতিয়ালৈকে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা কোনো ৰোগীৰ খৱৰ পোৱা হোৱা নাই।

Recent News

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd