• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মে’ৰ মধ্যভাগলৈ ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৩ লাখলৈকে বৃদ্ধি পাব পাৰে !

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 25, 2020 9:14 pm

1 min read

coron_1584032980_618x347

প্ৰতিনিধিত্বমূলক চিত্ৰ

58k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানৰ হাৰত যদি ভাৰতত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ থাকে তেন্তে অহা মে’ মাহৰ মধ্যভাগলৈ আক্ৰান্তৰ সংখ্যা ১৩ লাখ লৈকে বৃদ্ধি পোৱাৰ আশংকা কৰিছে চিকিৎসা বিজ্ঞানীসকলে।

‘ভাৰতে বৰ্তমানলৈকে আন দেশৰ তুলনাত আক্ৰান্ত লোকৰ সংখ্যা নিয়ন্ত্ৰণ কৰাত সফল হৈছে যদিও এই ক্ষেত্ৰত এক গুৰুতপূৰ্ণ দিশ এতিয়াও বিশেষভাৱে বাদ পৰি আছে, সেয়া হ’ল আক্ৰান্ত হোৱা লোকৰ সঠিক সংখ্যা।‘ COV-IND-19 Study Group-ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ।

এইটো নিৰ্ভৰ কৰে পৰীক্ষাৰ পৰিমাণ, পৰীক্ষাৰ ফলাফলৰ সঠিকতা আৰু ভাইৰাছবিধৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা থকা কিন্তু লক্ষণ দেখা নিদিয়া লোকৰ ওপৰত কিমান হাৰত আৰু কিমান পৰিসৰত পৰীক্ষা কৰা হৈছে তাৰ ওপৰত, প্ৰতিবেদনত লগতে কোৱা হয়।

প্ৰতিবেদনটোত লগতে কয়, ‘ভাৰতত এই পৰ্যন্ত পৰীক্ষা কৰা লোকৰ সংখ্যা তুলনামূলকভাৱে কম।‘

‘ব্যাপকভাৱে পৰীক্ষা নকৰিলে সমূহীয়া সংক্ৰমণৰ পৰিমাণ নিৰ্ণয় কৰাতো অসম্ভৱ।‘ প্ৰতিবেদনটোত কোৱা হয়।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd