• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ পৰা ক’ৰনা নিৰ্মূলৰ সংগ্ৰাম প’লিঅ’ নিৰ্মূলৰ দৰেই দীঘলীয়া হোৱাৰ আশংকা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাৰ

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ অসমৰ বিজেপি বিধায়কসকলৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 28, 2020 4:57 pm
index.jpg00
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰকাশ নাড্ডা অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক সকলৰ ক’ৰ’না সম্পৰ্কীয় এখন পৰ্যালোচনামূলক ভিডিঅ’ কনফাৰেন্সত অংশ গ্ৰহণ কৰে।

দেশৰ পৰা ক’ৰ’না নিৰ্মূলৰ সংগ্ৰাম প’লিঅ’ নিৰ্মূলৰ দৰেই দীঘলীয়া হোৱাৰ আশংকা ব্যক্ত কৰে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে। তেখেতে মুখত মাস্ক পিন্ধাটো অভ্যাসত পৰিণত কৰিবলৈ সকলোলৈকে আহ্বান জনাইছে।

Apply Now

অসমৰ এজনো ব্যক্তি যাতে ক’ৰ’নাৰ ভয়াৱহতা সম্পৰ্কে অৱগত নোহোৱাকৈ থাকি নাযায়, তাৰ বাবে সামাজিক দুৰত্ব বৰ্তাই ৰাখি অথবা টেলিফ’নযোগে জনসাধাৰণক সজাগ কৰিবলৈ কাৰ্যকৰ্তাসকলৰ প্ৰতি তেখেতে আহ্বান জনাইছে। কাৰ্যকৰ্তাসকলে এই সজাগতা ৰাজ্যখনৰ প্ৰতি গৰাকী ব্যক্তিৰ ওচৰলৈ লৈ যাব লাগিব বুলি তেখেতে ব্যক্ত কৰে ।

‘সমগ্ৰ দেশ তথা বিশ্বৰে এই কঠিন সময়ত অসমৰ প্ৰতি দেশৰ মাননীয় প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া,আমাৰ দলৰ মাননীয় সভাপতি নাড্ডা ডাঙৰীয়া তথা দল-চৰকাৰৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰদৰ্শন কৰা অভূতপূৰ্ব সহাঁৰিৰ বাবে অসমৰ সমূহ ৰাইজৰ হৈ ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’ অংশগ্ৰহণকাৰী বিজেপিৰ এজন বিধায়কে এনেদৰে কয়।

সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, সাধাৰণ সম্পাদক ৰাম মাধৱ, উত্তৰ পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা তথা সংশ্লিষ্টসকলে অংশ গ্ৰহণ কৰা এই বৈঠকত ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে এই দুৰ্যোগৰ সময়ত খাদ্য-সামগ্ৰী বিতৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কসকলে জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সেৱাৰ ভূয়সী প্ৰশংসা কৰিছে।

আজিৰ বৈঠকত কেন্দ্ৰীয় নেতৃত্বৰে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিশদ পৰ্যালোচনা কৰা হয় ।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd