• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ প্ৰদেশৰ এটা অঘৰী পৰিয়ালক কেন্দ্ৰ কৰি নগাঁৱৰ পুৰণিগুদামত ক’ৰ’নাৰ আতংক

NE NOW NEWS ভাৰ্গৱ হাজৰিকা
পুৰণিগুদাম , March 16, 2020 2:06 pm

1 min read

VideoCapture_20200315-194142

উত্তৰ প্ৰদেশৰ পৰিয়ালটো

18.7k
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ আতংকই এইবাৰ বাৰুকৈয়ে চুই গৈছে নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চল।

প্ৰায় ২৫ জনীয়া এটা অঘৰী পৰিয়ালক কেন্দ্ৰ কৰি দেওবাৰে বিয়লি নগাঁৱৰ পুৰণিগুদামত ক’ৰ’না ভাইৰাছৰ আতংক দেখা পোৱা গ’ল একাংশ সচেতন লোকৰ মাজত।

অঘৰী পৰিয়ালটোৱে বাপুজী পুথিভঁৰালৰ খেলপথাৰ প্ৰাঙ্গণত অনুমতি অবিহনে অস্থায়ীভাৱে কেইবাটাও শিবিৰ পাতি থকা-খোৱা ব্যৱস্থা কৰা প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে।

সমগ্ৰ ঘটনাৰ বিষয়ে ফোন যোগে প্ৰশাসনক অৱগত কৰাৰ পিছত উত্তৰ প্ৰদেশৰ পৰা দুখনকৈ বলেৰ’ পিক্ আপ গাড়ীৰে অহা সেই অজ্ঞতা পৰিয়ালটোক শীঘ্ৰে খেলপথাৰ ত্যাগ কৰা অনুৰোধ কৰে উপস্থিত স্থানীয় লোকৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একাংশ কৰ্মীয়ে।

অৱশ্যে ৰাইজৰ অনুৰোধত সন্ধিয়া সকলো সা-সামগ্ৰী সামৰি সু-শৰীৰে আন ঠাইলৈ আঁতৰি যায় পৰিয়ালটো।  অঘৰী পৰিয়ালটোৱে অঞ্চলটোলৈ প্ৰায় দুসপ্তাহৰ বাবে ঘৰুৱা ঔষধৰ ব্যৱসায় কৰিবলৈ অহা বুলি জানিব পৰা গৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd