• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হৰভজন আৰু গীতাই ৫০০০ পৰিয়ালৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 6, 2020 4:48 pm

2 min read

Geeta-Basra-Images-4-e1525502138292
3.3k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ বাবে সমস্যাৰ সন্মুখীন হোৱা পৰিয়ালক সহায় আগবঢ়াব ভাৰতৰ অন্যতম সফল অফ স্পিনাৰ হৰভজন সিং আৰু তেওঁৰ পত্নী গীতা বছৰাই।

হৰভজনে জানিবলৈ দি কয় যে তেওঁ আৰু তেওঁৰ পত্নী গীতাই জলন্ধৰৰ ৫০০০ এনে পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিব।

বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা ক‍’ৰ‍’না ভাইৰাছৰ ফলত ভাৰতত এই পৰ্যন্ত ১০০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

হৰভজন সিঙে দেওবাৰে নিজৰ টুইটাৰত ফটো শ্বেয়াৰ কৰি এই কথা ৰাজহুৱা কৰে। হৰভজনে লিখে যে গীতা বছৰা আৰু মই আজিৰ পৰা ৫০০০ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ সংকল্প লৈছো।

হৰভজন সিঙে আৰু কয়, ‍‘আমি আমাৰ সতীৰ্থসকলৰ বোজা কিছু কম কৰাৰ চেষ্টা কৰিম। সুৰক্ষিত থাকক, ঘৰত থাকক, ভগৱানে কৃপা কৰক। জয় হিন্দ‍’।

 

Satnam waheguru.. bas Himmat hosla dena ?? @Geeta_Basra and I pledge to distribute ration to 5000 families from today ?? May waheguru bless us all pic.twitter.com/s8PDS9yet1

— Harbhajan Turbanator (@harbhajan_singh) April 5, 2020

ক্ৰিকেটাৰ গৰাকীৰ পত্নীয়েও এই টুইটতো শ্বেয়াৰ কৰে।

৩৯ বছৰীয়া হৰভজনে কয় যে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহালৈকে কৰ্মহীন হৈ পৰা আৰু অঘৰী লোকসকলকহে আমি খাদ্য সামগ্ৰী প্ৰদান কৰিম।

তেওঁ কয়, ‍‘আমি ৫ কেজি চাউল, আটা, তেলৰ লগতে অন্যান্য আৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি আছো‍’।

ভজ্জীয়ে লগতে কয়, ‍‘মই এতিয়াও জলন্ধৰৰ লগত আছো। মোৰ নিজৰ লোকসকলক এইদৰে ভুগি থকা দেখিব নোৱৰো। ক্ৰিকেটে মোক বহুত দিছে সেয়ে মই এইখিনি কৰিব পাৰিছো‍’।

Tags: COVID-19

Recent News

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd