• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ল’কডাউন ; ICICI, HDFC, SBI আদিয়ে আপোনাক ঘৰতে দি যাবহি ধন, কিন্তু কেনেকৈ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 4:25 pm
Virus Outbreak India

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, সৌজন্য- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰতত ক’ৰ’না ভাইৰাছে সংহাৰীৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতত এই ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে সমগ্ৰ দেশতে ল’কডাউন ঘোষণা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ আহ্বানত ৰাজ্য চৰকাৰসমূহে দেশৰ ৭৫ খন জিলাত ইতিমধ্যে ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’কডাউন ঘোষণা কৰিছে।

Apply Now

ল’কডাউন ঘোষণা কৰাৰ পিছত জৰুৰী সেৱাৰ লোকসকলৰ বাহিৰে আন কোনো লোকে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব।

তেনে অৱস্থাত আপোনাৰ হাতত নগদ ধন নাথাকিলে কি কৰিব? আপোনাৰ এই সমস্যা সমাধান কৰিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ICICI, HDFC, SBI আদিৰ দৰে বিত্তীয় প্ৰতিষ্ঠানে।

ICICI, HDFC, SBI, কটক মাহিন্দ্ৰ, এক্সিছ আদি বেংকসমূহে তেওঁলোকৰ গ্ৰাহকসকলক দুৱাৰমুখত নগদ ধন দিয়াৰ ব্যৱস্থা কৰিছে।

দেশৰ বৃহত্তম বেংক SBI এ জ্যেষ্ঠ নাগৰিকৰ লগতে বিশেষভাৱে সক্ষম লোকৰ বাবে এই সুবিধা আগবঢ়াইছে। এই সুবিধাৰ দ্বাৰা তেওঁলোকে বেংকত ধন জমাও কৰিব পাৰিব। কিন্তু চিকিৎসাজনিত কাৰকৰ বাবে বেংকটোৱে ১০০ টকাৰ বিনিময়ত সকলো শ্ৰেণী গ্ৰাহককে ঘৰত নগদ ধন দিয়াৰ ব্যৱস্থা কৰিছে।

ICICI বেংকেও এই সুবিধা আগবঢ়াইছে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে। এই সুবিধা অনুসৰি গ্ৰাহকসকলে গ্ৰাহক সেৱাৰ জৰিয়তে যোগাযোগ কৰি নগদ ধন লাভ কৰিব পাৰিব। পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত গ্ৰাহকসকলৰ ঘৰত নগদ ধন দিয়াৰ ব্যৱস্থা কৰা হৈছে।

এই সুবিধাৰ যোগে গ্ৰাহকে ২ হাজাৰ টকাৰ পৰা ২ লাখ টকা লাভ কৰিব পাৰিব। অৱেশ্য ইয়াৰ বাবে ৫০ টকাৰ পৰা নগদ ধনৰ মুঠ পৰিমাণৰ ১৮ শতাংশ ধন ভৰিব পাৰিব।

আনহাতে HDFC বেংকে তেওঁলোকৰ গ্ৰাহকসকলক ১০০ টকাৰ ২০০ টকাৰ বিনিময়ত ৫ হাজাৰ টকাৰ পৰা ২৫ টকা নগদ ধন গ্ৰাহকৰ ঘৰত যোগান ধৰিব।

এক্সিছ আৰু কটক মাহিন্দ্ৰ বেংকেও তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে এই সুবিধা আগবঢ়াইছে।

কিছুমান ঋণ প্ৰদানকাৰী বিত্তীয় প্ৰতিষ্ঠানেও গ্ৰাহকক ঋণৰ কিস্তি জমাৰ এনে ব্যৱস্থা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd