DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

খোদ চীনা বিজ্ঞানীৰ দাবী : চীনে ইচ্ছাকৃতভাৱে বিয়পাইছিল কৰোনা ভাইৰাছ; কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2021 11:11 am
Le Meng
1k
VIEWS
Share on FacebookShare on Twitter

কৰোনা ভাইৰাছৰ উৎপত্তি আৰু সমগ্ৰ বিশ্বতে এই মাৰাত্মক ভাইৰাছবিধ সম্প্ৰসাৰিত হোৱাক কেন্দ্ৰ কৰি চীনৰ প্ৰতি বিশ্ব সম্প্ৰদায়ৰ সন্দেহ মৰিষণ শেষ নৌ হওতে পুনৰ এইবাৰ খোদ চীনা বিজ্ঞানীয়ে দাবী কৰিছে যে ইচ্ছাকৃতভাৱে চীনে সমগ্ৰ বিশ্বতে এই ভাইৰাছ বিয়পাইছিল।

লী মেং নামৰ চীনৰ ভাইৰাছ বিষেজ্ঞগৰাকীয়ে এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত এই দাবী কৰাৰ পিছতে সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সাক্ষাৎকাৰটো লী মেঙে দাবী কৰিছিল যে প্ৰচাৰ হৈ থকাৰ দৰে কৰোনা ভাইৰাছ উহানৰ মাংসৰ বজাৰত উৎপত্তি হোৱা নাছিল, এই বিশ্বত্ৰাসী ভাইৰাছ চীনা সৈন্যৰ গৱেষণাগাৰতহে জন্ম কৰা হৈছিল।

“যোৱা জানুৱাৰিতে মই ইউটিউবৰ মাধ্যমেৰে সকলোকে জনাবলৈ চেষ্টা কৰিছিলো যে পিপলছ লিবাৰেশ্যন আৰ্মি(PLA)ৰ গৱেষণাগাৰতেই এই ভাইৰাছ বিধৰ জন্ম। ইচ্ছাকৃতভাৱে ইয়াক বিয়পাই দিয়া হৈছিল। চীন চৰকাৰে এই কথা ভালকৈ জানে।” লী মেঙে কয়।

লী মেঙে দাবী কৰা অনুসৰি প্ৰচুৰ পৰিমাণৰ ধন ব্যয় কৰি এই মাৰাত্মক ভাইৰাছক জন্ম দিয়া হৈছিল। ইয়াৰ জন্ম দিয়াৰ মূল লক্ষ্যটোৱেই হৈছে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক দুৰ্বল কৰা। মেঙৰ মতে প্ৰতিপক্ষ দেশসমূহৰ চিকিৎসা সেৱাৰ কাঠামো ধ্বংস কৰাৰ উদ্দেশ্যৰে বেইজিঙে এইবোৰ কৰিছিল।

লী মঙে আনকি তেওঁ উত্থাপন কৰা অভিযোগৰ উপযুক্ত তথ্য প্ৰমাণ আছে বুলিও দাবী কৰিছে। আনকি তেওঁ দাবী কৰা মতে তেওঁৰ ওচৰত চোৰাংচোৱা বিভাগৰ তথ্যও আছে। যিবোৰ চীন চৰকাৰে অস্বীকাৰ কৰিব নোৱাৰিব বুলি তেওঁ দাবী কৰিছে।

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ লী মঙৰ এই দাবীক ভিত্তিহীন বুলি আখ্যা দি নস্যাৎ কৰিছে।

Tags: COVID-19

Recent News

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd