• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছ : চেনিটাইজ কৰা হয় তামুলপুৰৰ কাউলীৰ বিভিন্ন অঞ্চল

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , March 29, 2020 8:25 pm

1 min read

IMG-20200329-WA0142

ফটো : নৰ্থ-ইষ্ট নাও

967
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰতিক সময়ত বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক`ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশজুৰি আহ্বান জনোৱা ২১ দিনীয়া লকডাউন চলি থকাৰ মাজতে ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলিৰ কাউলী বজাৰত আজি কাউলী বজাৰ উন্নয়ন সমিতিৰ উদ্যোগত বজাৰৰ লগতে গাঁৱে-ভূঞে চেনিটাইজ কৰা হয়।

আজি দিনৰ ভাগত একাংশ লোকে এক মিটাৰ দূৰত্ব বজাই ৰাখি পথ সমূহত চেনিটাইজ কৰে। লগতে গাঁৱৰ ৰাইজৰ সৈতে আলোচনা কৰি প্ৰতিখন গাঁৱতে চেনিটাইজ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৰ্বস্তৰৰ ৰাইজক আহ্বান জনোৱা হয়।

আনফালে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় প্ৰতিখন গাঁৱৰ ৰাইজে গাঁৱত প্ৰৱেশ কৰা মূল পথ সমূহো সম্পূৰ্ণ ৰূপে ক’ৰ’না ভাইৰাছ ৰোধৰ বাবে বাঁহৰ বেৰীকেড সাজি  বন্ধ কৰি দিয়া পৰিলক্ষিত হয়।

পথ বন্ধ কৰি দিয়াৰ উপৰি কাউলীৰ তৰুণগাঁৱৰ লগতে ঠায়ে ঠায়ে বেনাৰ, পোষ্টাৰ আদি আঁৰি দি বিভিন্ন সতৰ্ক বাণীও প্ৰচাৰ কৰে।

উল্লেখ্য যে ভাৰত-ভূটান সীমান্তৰ কাউলী বজাৰ উন্নয়ন সমিতিৰ এনে পদক্ষেপক সচেতন ৰাইজে প্ৰশংসা কৰিছে।

Tags: COVID19

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd