• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত অমিক্ৰনৰ নতুন প্ৰজাতি ধৰা পৰাৰ পিছতে কোভিডকলৈ পুনৰ ঘনীভূত হৈছে আশংকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 20, 2022 8:09 am
PETUGAS RAWAT PESAKIT COVID-19
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ আশংকা এতিয়াও দূৰ হোৱা নাই। বিগত ২৪ ঘণ্টাত দেশত ১,৯৪৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। ২৪ ঘণ্টাৰ ভিতৰত কোভিডত মৃত্যু ঘটিছে ১০ জন লোকৰ। এনে সময়তে দেশত পুনৰ কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব নেকি তাকে লৈ বহুতৰে মনত প্ৰশ্ন উদয় হৈছে।

আনকি বিজ্ঞানীসকলেও তেনে আশংকাই কৰা দেখা গৈছে।অমিক্ৰনৰ নতুন প্ৰজাতি ধৰা পৰাৰ পিছতে দীপাৱলীৰ আগতে দেশত পুনৰ কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ভাৰতত অমিক্ৰনৰ নতুন উপ-প্ৰকাৰ বি.এ.৫.১.৭ আৰু বি.এফ.৭ ধৰা পৰাৰ পিছতে স্বাস্থ্য বিজ্ঞানীসকল অধিক চিন্তিত হৈ পৰিছে।

Apply Now

এই উপ-প্ৰকাৰসমূহ অতি সংক্ৰামক বুলি প্ৰমাণিত হৈছে আৰু চীনৰ মঙ্গোলিয়া অঞ্চলৰ পৰা বিয়পি পৰাৰ পিছত অধিক শক্তিশালী হৈ উঠিছে বুলি বিজ্ঞানীসকলে কৈছে। এনে উপ-প্ৰকাৰবোৰে এতিয়া পৃথিৱীৰ আন প্ৰান্ততো বিয়পি পৰিছে আৰু ইয়াৰ ফলতে কোভিড সংক্ৰমণৰ এক নতুন ঢৌ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।

শেহতীয়াকৈ গুজৰাট জৈৱ প্ৰযুক্তি গৱেষণা কেন্দ্ৰই ভাৰতত বিএফ.৭-ৰ প্ৰথম সংক্ৰমণৰ ঘটনা চিনাক্ত কৰিছে। ভেকছিনৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাকো হাৰ মনাব পৰা এইবিধ প্ৰজাতিয়ে সেয়ে সংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

দেশত এতিয়া লকডাউন নাই। কোভিডৰ আন নিষেধাজ্ঞা বোৰো হ্ৰাস কৰা হৈছে । ইয়াৰ ফলতে কোভিডৰ নতুন প্ৰজাতিৰ সংক্ৰমণ সহজ হৈ উঠিব পাৰে বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।বিশেষকৈ শিশু, বৃদ্ধ, কৰ্কট ৰোগী, অংগ সংৰোপণ কৰা ৰোগীৰ দৰে দুৰ্বল লোকসকল এইবিধ প্ৰজাতিয়ে সহজে আক্ৰান্ত কৰিব পাৰে বুলি আশংকা কৰা হৈছে।সেয়ে কোভিড বিধি সমূহ এতিয়াও মানি চলিবলৈ বিজ্ঞানীসকলে আহ্বান জনাই আহিছে। বিশেষকৈ সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা আদি কাৰ্যসমূহৰ পৰা বিৰত নহ’বলৈ মানুহক আহ্বান জনাই অহা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd