• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ল’কডাউনতো পাব পাৰে সুৰা, যদিহে থাকে চিকিৎসকৰ নিদানপত্ৰ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 30, 2020 11:33 am

1 min read

Liquor-1140x570

প্ৰতিনিধিত্বমূলক ফটো

5.2k
VIEWS
Share on FacebookShare on Twitter

কেৰালাত ল’কডানৰ ফলত সুৰাৰ প্ৰচলন বন্ধ হৈ পৰাৰ পিছত বিভিন্ন স্থানৰ পৰা সুৰাসক্ত লোকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাত মুখ্য মন্ত্ৰী পিন্নাৰাই বিজয়নে ৰাজ্যখনৰ আবকাৰী বিভাগক চিকিৎসকৰ নিদানপত্ৰ থকা ব্যক্তিক সুৰা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে মদৰ প্ৰচলন বন্ধ হৈ পৰাৰ পিছত ৰাজ্যখনৰ বিভিন্ন ঠাইত সুৰাসক্ত লোকসকৰ মাজত নিচা এৰাৰ লক্ষণ (withdrawal symptom) দেখা দিয়াৰ লগতে আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এই সিদ্ধান্ত লোৱা হয়।

ৰাজ্যখনৰ থ্ৰীছুৰ জিলাত শনিবাৰে এজন সুৰাসক্ত যুৱকে নৈত জাপ দি আত্মহত্যা কৰে। livemint ৰ এক বাতৰিত প্ৰকাশ।

আন এক ঘটনাত কায়ামকুলামত চলেুনত কাম কৰা ৩৮ বছৰীয়া এজন লোকে মদ খাবলৈ নাপাই ছে’ভিং ল’চন খাই দিয়ে। লোকজনক পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে।

বাতৰিটোত প্ৰকাশ পোৱা মতে কেৰালা চৰকাৰে এনে লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰাবলৈ আবকাৰী বিভাগক নিৰ্দেশ দিছে।

ইয়াৰ উপৰি বাতৰিটোৰ মতে এইদৰে হঠাতে সুৰাৰ প্ৰচলন বন্ধ হৈ পৰাৰ ফলত কেতবোৰ সমস্যাই দেখা দিব পৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অনলাইন সুৰা বিক্ৰী কৰিব পৰা যায় নেকি তাক বিবেচনা কৰি আছে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে জনায়।

Tags: COVID19

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd