DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না আতংক: মাজুলী সংযোগী ফেৰী সেৱা বন্ধ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
March 20, 2020 7:37 pm
Majuli Ferry

প্ৰতিনিধিত্বমূলক ছবি

19.6k
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে কাইলৈ অৰ্থাৎ ২১ মাৰ্চৰ পৰা বলৱৎ হোৱাকৈ মাজুলী সংযোগী সকলো জলপৰিবহন সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে আজি এই সন্দৰ্ভত জাৰি কৰা এক আদেশৰ জৰিয়তে অত্যাৱশ্যকীয় জৰুৰী সেৱাৰ বাদে মাজুলী সংযোগী আন সকলো ফেৰী, দেশীয় নাও আদিৰ চলাচলত বাধা নিষেধ আৰোপ কৰে।

অৱশ্যে, এই নিষেধাজ্ঞা চিকিৎসা সেৱাত নিয়োজিত ফেৰী তথা বোট এম্বুলেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হোৱা নাই। তদুপৰি, কোনো ৰোগীক জৰুৰী চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ ফেৰীৰ প্ৰয়োজন হ’লে, ৰোগীৰ পৰিয়ালে জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰিব।

জিলা দণ্ডাধীশগৰাকীয়ে জাৰি কৰা এই আদেশ ভংগকাৰীৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আইন-২০০৫, মহামাৰীজনিত দুৰ্যোগ আইন-১৮৯৭ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা তথা এইক্ষেত্ৰত প্ৰযোজ্য আন চৰকাৰী আদেশ আৰু নিয়মৰ অধীনত আইনগত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সমগ্ৰ জিলাখনতে এই আদেশ বলৱৎ হৈ থাকিব।

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd