• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ শৰীৰত দেখা দিছে এনেবোৰ নতুন লক্ষণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 21, 2020 8:50 am

1 min read

coron_1584032980_618x347

প্ৰতিনিধিত্বমূলক চিত্ৰ

198.6k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংহাৰ সমগ্ৰ বিশ্বত অব্যাহত আছে যাৰ ভিতৰত ভাৰতো অন্যতম।

দ্ৰুতগতিত সংক্ৰমিত হৈ থকা এই মহামাৰী প্ৰতিৰোধৰ বাবে বৰ্তমানলৈ কোনোধৰণৰ ঔষধ আবিষ্কাৰ হোৱা নাই।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মানুহে হাত ধোৱা, মাস্ক পৰিধান কৰাৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰিছে।

কৰ’না ভাইৰাছৰ লক্ষণ সাধাৰণ চৰ্দি জ্বৰৰ সৈতে প্ৰায় একে।

জ্বৰ হোৱা, গলত চৰচৰণি অনুভৱ কৰা, শুকান কাঁহ, মাংসপেশীৰ বিষ, উশাহ লোৱাত কষ্ট আদি কৰ’না ভাইৰাছৰ লক্ষণ।

কিন্তু সময়ৰ  লগে লগে কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগী সকলৰ শৰীৰত কিছু নতুন লক্ষণে দেখা দিছে। অৰ্থাৎ সময়ৰ সৈতে কৰ’না ভাইৰাছে নিজৰ শক্তি বৃদ্ধি কৰিছে।

জাৰ্মানীৰ বিশেষজ্ঞ সকলে উল্লেখ কৰা নতুন লক্ষণ অনুসৰি কৰ’না সংক্ৰমিত লোকসকলৰ ঘ্ৰাণ আৰু সোৱাদ লোৱাৰ ক্ষমতা দুৰ্বল হৈ পৰে।

এই নতুন লক্ষণ জাৰ্মানীত কৰ’না ভাইৰাছত আক্ৰান্ত ৬৬ শতাংশ ৰোগীৰ শৰীৰত দেখা গৈছে।

ইয়াৰ উপৰি, ডায়েৰিয়াও এটা কৰ’না ভাইৰাছৰ লক্ষণ। এই লক্ষণ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৩০ শতাংশ লোকৰ শৰীৰত দেখা গৈছে।

Recent News

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

pamela Anderson married to her bodyguard

এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd