• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোন দেশত কিমান আক্ৰান্ত হৈছে? কিমান আক্ৰান্তৰ মৃত্যু ঘটিছে ক’ৰ’না ভাইৰাছত?

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈকে বিশ্বত কিমানজনৰ মৃত্যু ঘটিছে? ভাৰতত আক্ৰান্তৰ সংখ্যা কিমান? সকলো তথ্যৰ বাবে পঢ়ক...

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2020 2:18 pm
0880d8a2d50dc582a21b1a6d6273504a

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য- ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছত প্ৰতিদিনে আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে।

সমগ্ৰ বিশ্বত আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে ১ লাখ অতিক্ৰম কৰিছে।

Apply Now

এতিয়ালৈকে সমগ্ৰ বিশ্বত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৩,৬০০ গৰাকী। আৰু আক্ৰান্তৰ সংখ্যা হ’ল ১,০৬,২১১ গৰাকী। আক্ৰান্ত দেশৰ সংখ্যা প্ৰায় ৬০ খন।

আনহাতে এই ভাইৰাছৰ পৰা ৰিক’ভাৰী হোৱা লোকৰ সংখ্যা হ’ল ৬০,২১৪ গৰাকী।

আক্ৰান্তৰ লোকৰ ভিতৰত মৃত্যুৰ হাৰ হৈছে ৬%  আৰু ৰিক’ভাৰীৰ হাৰৰ হৈছে ৯৪% ।

আক্ৰান্তৰ ভিতৰৰ ৬,০৩৬ জনক সংকটজনক বুলি চিনাক্ত কৰা হৈছে যাৰ হাৰ হৈছে ১৪%। আনহাতে ৮৬% শতাংশ অৰ্থাৎ ৩৬,৩৬১ জনক সাধাৰণভাৱে আক্ৰান্ত বুলি কোৱা হৈছে।

চীন আৰু দক্ষিণ কোৰিয়াত সংক্ৰমণৰ সংখ্যাই হৈছে সৰ্বাধিক। এতিয়ালৈকে কেৱল চীনতে আক্ৰান্ত লোকৰ সংখ্যা ৮০,৬৯৬ গৰাকী হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৩,০৯৭ গৰাকী। চীনত আক্ৰান্তৰ সংকটজনক সংখ্যা হৈছে ৫,২৬৪ গৰাকী।

চীনৰ পিছতে দক্ষিণ কোৰিয়াত ৭,১৩৪ গৰাকী, ইটালীত ৫,৮৮৩ গৰাকী আৰু ইৰাণত ৫,৮২৩ গৰাকী লোক এতিয়ালৈকে আক্ৰান্ত হৈছে। এই তিনিখন ৰাষ্ট্ৰত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ক্ৰমে ৫০, ২৩৩ আৰু ১৪৫ গৰাকী।

চীনৰ পিছতে ইটালীত সংকটজনক সংখ্যা বেছি। দেশখনৰ ৫৬৭ গৰাকী আক্ৰান্তক সংকটজনক বুলি ঘোষণা কৰা হৈছে।

বাকী ৰাষ্ট্ৰবোৰত আক্ৰান্ত সংখ্যাই বৰ্তমানলৈকে হাজাৰ চোৱা নাই।

ভাৰতত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাই ৩৯ চুইছেগৈ। ইয়াৰে ৩ গৰাকী আক্ৰান্ত ক’ৰ’না ভাইৰাছ মুক্ত হৈছে যদিও আৰু ৫ গৰাকীক নতুনকৈ চিনাক্ত কৰা হৈছে। অৱেশ্যে ভাৰতত আক্ৰান্তকেই এতিয়ালৈকে সংকটজনক বুলি ঘোষণা কৰা হোৱা নাই।

আক্ৰান্তসকলৰ ১৬ গৰাকী ইটালীৰ পৰ্যটক আৰু তেওঁলোকৰ গাইড বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd