• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাৰ সংক্ৰমণৰ আশংকা; ভাৰতৰ সৈতে সম্পূৰ্ণৰূপে সীমান্ত চীল কৰিলে নেপাল আৰু ভূটানে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 23, 2020 9:00 pm

1 min read

ক’ৰ’নাৰ সংক্ৰমণৰ আশংকা; ভাৰতৰ সৈতে সম্পূৰ্ণৰূপে সীমান্ত চীল কৰিলে নেপাল আৰু ভূটানে

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত কৰ’না ভাইৰাছে ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰতৰ চুবুৰীয়া দেশ নেপাল আৰু ভূটানে সোমবাৰে ভাৰতৰ সৈতে থকা সীমান্ত চীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কোভিদ-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ভূটানৰ ৰজা জিগমে খেচাৰ নামগেয়াল ৱাংচুকে ভূটানে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি সীমান্ত চীল কৰাৰ সিদ্ধান্ত লোৱা হৈছে কয়।

‘‘আপোনালোকে চৰকাৰী বাতৰিৰ দ্বাৰা ভাইৰাছ বিধৰ বিষয়ে জানিব পাৰিছে। ই সমগ্ৰ বিশ্বতে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমিত হৈছে আৰু ক্ৰমাৎ আমাৰ ওচৰলৈও সংক্ৰমিত হৈ আহিছে,’’ ভূটানৰ ৰজাই লগতে কয়।

‘‘সোমবাৰে সন্ধিয়া ৬ বজাৰ পৰা সীমান্ত চীল কৰি দিয়া হ’ব। প্ৰয়োজনীয় সামগ্ৰী যেনে-খোৱাবস্ত, ঔষধ আদিৰ বাদে সকলো কোনোধৰণৰ সামগ্ৰীৰ সৰবৰাহ সীমান্তত বন্ধ কৰি দিয়া হৈছে,’’ ভূটানৰ প্ৰধান মন্ত্ৰী ল’তাই চেৰিঙে কয়।

আনহাতে, নেপালেও সোমবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ভাৰতৰ সৈতে সীমান্ত সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিছে।

দেওবাৰে অনুষ্ঠিত হোৱা নেপাল কেবিনেটৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ পূৰ্বে, ভাৰত আৰু নেপালে চাৰিটা সীমান্ত চেক পইণ্ট কাৰ্য্যকৰী ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Recent News

traffic-fine

দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ আৰোহীয়ে এইবোৰ নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd