• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহামাৰী ক’ৰ’না; মূঠ ৮,২৭২ গৰাকীৰ মৃত্যু, আক্ৰান্তৰ সংখ্যা ১,১৬,৯৯৮লৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 18, 2020 9:18 pm

1 min read

coronavirus-750x375
2.1k
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছত সমগ্ৰ বিশ্বত বৰ্তমান ১,১৬,৯৯৮ জন আক্ৰান্ত ব্যক্তি আছে, ইয়াৰে ৬,৪৩৭ জন লোকৰ অৱস্থা উদ্বেগজনক। আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৮,২৭২।

ভাৰততো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে।

উক্ত ১৫১ গৰাকী ব্যক্তিৰ ১২৬ গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ বিপৰীতে ২৫ গৰাকী বিদেশী নাগৰিক।

এতিয়ালৈকে মহাৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা দেশৰ বিতৰত সৰ্বাধিক। ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ৪২জন।

ইয়াৰ পিছতে কেৰালাত ২৭ গৰাকী, উত্তৰ প্ৰদেশত ১৬ গৰাকী, কৰ্ণাটকত ১১ গৰাকী আৰু দিল্লীত ১০ গৰাকী ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

আক্ৰান্ত ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহা ৫৭০০ গৰাকীতকৈ অধিক ব্যক্তিক বৰ্তমান নিৰীক্ষণত ৰখা হৈছে বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ।

চৰকাৰী তথ্য মতে বৰ্তমানলৈকে মূঠ ১৪ গৰাকী লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ইয়াৰ ভিতৰত যোৱা মাহত হস্পিটেলৰ পৰা যাবলৈ দিয়া কেৰালাৰ ৩ গৰাকী লোকো আছে।

ভাৰত চৰকাৰে সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ৩১ মাৰ্চলৈকে আফগানিস্তান, ফিলিপাইনছ, মালেছিয়া, টুৰ্কী, য়ুৰোপিয়ান য়ুনিয়ন আৰু বৃটেইনৰ পৰা অহা লোকৰ ভাৰতত প্ৰৱেশ বন্ধ কৰিছে।

Recent News

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd