• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুম্বাই পালেহি আফ্ৰিকাৰ নতুন কোভিড প্ৰজাতি, বিমোৰত স্বাস্থ্য বিজ্ঞানী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2021 11:18 am

1 min read

a giti
265
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনত কোভিডৰ নতুন ষ্ট্ৰেইন ধৰা পৰাৰ পিছতে চিন্তিত হৈ পৰিছিল বিশ্বৰ বিজ্ঞানীসকল।

কাৰণ ক’ৰ’ণাৰ নতুন প্ৰজাতি বিধ পূৰ্বৰ কোভিড-১৯তকৈয়ো বেছি ভয়াৱহ বুলি প্ৰমাণ হৈছে।

এই নতুন প্ৰজাতিৰ কোভিডে কম বয়সৰ ল’ৰা-ছোৱালীক বেছিকৈ আক্ৰান্ত কৰে বুলিও প্ৰমাণ পোৱা গৈছে।

এনে সময়তে দক্ষিণ আফ্ৰিকাত সৃষ্টি হোৱা কোভিডৰ আন এক প্ৰজাতিৰ সন্ধান পোৱা গৈছে মায়ানগৰী মুম্বাইত।

মুম্বাইত ধৰা পৰা কোভিডৰ নতুন প্ৰজাতিয়ে তিনিটাকৈ এণ্টিবডিক বিপথে পৰিচালিত কৰে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

মুম্বাইৰ খাৰগড়ৰ দাঁতিকাষৰীয়া অঞ্চলত তিনি জন লোকৰ দেহত পোৱা গৈছে আফ্ৰিকাৰ কোভিড প্ৰজাতিৰ।

বিজ্ঞানীসকলে দক্ষিণ আফ্ৰিকাৰ এই কোভিড প্ৰজাতিৰ সৈতে আফ্ৰিকাৰে  আন এবিধ অতিমাৰী সৃষ্টিকাৰী E484K ভাইৰাছৰ সৈতে মিল থকা বুলি মন্তব্য কৰিছে।

মুম্বাইৰ টাটা মেম’ৰিয়েলৰ গৱেষক নিখিল পটকৰে প্ৰকাশ কৰা মতে E484K প্ৰজাতিৰ ভাইৰাছৰ বিৰুদ্ধে ভেকচিনে কিমান কাম কৰিব সেয়াহে সন্দেহৰ বিষয় হৈ পৰিছে।

উল্লেখ্য এতিয়ালৈকৈ কোভিডৰ পাঁচটা প্ৰজাতিৰ সন্ধান পোৱা গৈছে।

কোভিডৰ এনে নতুন নতুন প্ৰজাতিয়ে এতিয়া চিন্তিত কৰি তুলিছে স্বাস্থ্য বিজ্ঞানীসকলক।ঠাই আৰু পৰিবেশ ভেদে ক’ৰ’ণা ভাইৰাছে দ্ৰুত ভাবে সলাই গৈছে ইয়াৰ চৰিত্ৰ।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd