DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ প্ৰতিৰোধৰ বাবে টি-ছিৰিজৰ ভূষণ কুমাৰে আগবঢ়াইছে বৃহৎ পৰিমাণৰ ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 6:06 pm
Bhushan-site
10.6k
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে আগবাঢ়ি আহিছে বলিউদ। কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে টি-ছিৰিজৰ মুৰব্বী ভূষণ কুমাৰ।

ভূষণ কুমাৰে আজি এক ঘোষণাৰ জৰিয়তে প্ৰধান মন্ত্ৰী Citizen Assistance and Relief in Emergency Situations Fund-লৈ ১১ কোটি টকা আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।

আজি এক টুইটযোগে এই কথা ঘোষণা কৰে ভূষণ কুমাৰে।

উল্লেখ্য যে ভূষণ কুমাৰৰ উপৰি বলিউদ তথা দক্ষিণৰ কেইবাগৰাকীও তাৰকাই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়াইছে।

বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা আৰু বৰুণ ধাৱানে আগবঢ়াইছে ৩০ লাখ টকা।

তদুপৰি ‘বাহুবলী’ ছবিৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা প্ৰভাসে আগবঢ়াইছে ৪ কোটি টকাৰ সাহায্য।

প্ৰভাসে প্ৰধান মন্ত্ৰী সাহায্য  পুঁজিলৈ ৩ কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশ আৰু তেলংগানা ৰাজ্য চৰকাৰৰ দুয়োজন মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ  ক্ৰমে ৫০ লাখকৈ ধন আগবঢ়াইছে।

ইয়াৰ পূৰ্বে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণ ৰামচৰণে ২ কোটি, প্ৰভাসৰ পিতৃ চিৰঞ্জীৱীয়ে ১ কোটি আৰু অন্য এজন ছুপাৰষ্টাৰ মহেশ বাবুৱেও দেশৰ সংকটৰ সময়ত চৰকাৰলৈ আৰ্থিক বৰঙণি আগবঢ়াইছে।

Tags: COVID19

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd