• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনত চৰকাৰে প্ৰদান কৰা ধন আত্মসাৎ কৰাৰ অভিযোগ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে; থানাত এজাহাৰ দাখিল

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , April 9, 2020 4:40 pm

1 min read

8.2k
VIEWS
Share on FacebookShare on Twitter

কৃষি মন্ত্ৰী স্বয়ং অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ম’হ মাইকী গাঁও পঞ্চায়তত ৰেচন কাৰ্ড নথকা লোকৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ৷

ল’কডাউনৰ ফলত গৃহবন্দী হৈ থকা জনসাধাৰণক ৰেচন কাৰ্ডৰ যোগেদি বিনামূলীয়া চাউল যোগান ধৰিছে অসম চৰকাৰে ৷

আনহাতে, ৰেচন কাৰ্ড নথকা জনসাধাৰণৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগৰ আঁচনিৰ অধীনত এক হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে গাঁও পঞ্চায়তৰ জৰিয়তে ৷

এই এহেজাৰ টকা বিতৰণৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ম’হমাইকী গাঁও পঞ্চায়তৰ সভাপতি সুৰেন্দ্ৰ নাথ গগৈৰ বিৰুদ্ধে ৷

পঞ্চায়তখনৰ ৬ নং ৱাৰ্ডৰ পঞ্চায়ত সদস্যাৰ  বাসগৃহত বিতু শইকীয়া নামৰ এজন লোকক ধন দিম বুলি মাতি আনি স্বয়ং সভাপতি গৰাকীয়ে টিপ চহী লৈ আৰু এক হেজাৰ টকা দেখুৱাই ফটো উঠাই বিতু শইকীয়াক পঠিয়াই দিয়ে ৷

চৰকাৰী সাহায্যৰ ধন গ্ৰহণ কৰাৰ ফটো তোলাৰ পাছতো হিতাধিগৰাকীক নিজৰ প্ৰাপ্য ধন আদায় নিদিয়াত সেই ধন সভাপতি গৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ তুলি এতিয়া বিতু শইকীয়াই বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

ম’হমাইকী গাঁও পঞ্চায়ততে কৃষি মন্ত্ৰী অতুল বৰাৰ বাসগৃহ ৷ ল’কডাউনৰ বাবে গৃহবন্দী হৈ থকা জনসাধাৰণক সকাহ দিবৰ বাবে চৰকাৰে ৰেচন কাৰ্ড নথকা লোকৰ বাবে দিয়া ধন গাঁও পঞ্চায়তৰ সভাপতিয়ে আত্মসাৎ কৰাৰ ঘটনাই ইতিমধ্যেই সমগ্ৰ বোকাখাতত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd