DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2022 7:52 am
Khakee: The Bihar Chapter
119
VIEWS
Share on FacebookShare on Twitter

অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত সদ্যমুক্তিপ্ৰাপ্ত ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ জৰিয়তে লাইমলাইটলৈ অহা বিহাৰৰ আই পি এছ বিষয়া অমিত লোধাৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ। বিহাৰ আৰক্ষীৰ বিশেষ নিৰীক্ষণ ইউনিটে লোডাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত এফ.আই.আৰ) দাখিল কৰিছে।

লোধাৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ অপৰাধমূলক ষড়যন্ত্ৰৰ সৈতে জড়িত ১২০ (বি) ধাৰা আৰু ১৬৮ ধাৰাৰ অধীনত এফ.আই.আৰ দাখিল কৰা হৈছে।

উল্লেখ্য যে লোধাৰ গ্ৰন্থ “বিহাৰ ডায়েৰীজ”ৰ আধাৰত নেটফ্লিক্সৰ ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰচেপ্টাৰ’ৰ নিৰ্মাণ কৰা হৈছিল। আৰক্ষীৰ এফ.আই.আৰ- ত ৱেব ছিৰিজৰ বাবে লোধাই ক’লা ধন ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

এফ.আই.আৰ- ত লগতে অভিযোগ কৰা হৈছে যে লোধাক গ্ৰন্থ লিখি বা প্ৰকাশ কৰি ব্যৱসায়িক কামত ব্যৱহাৰ কৰিবলৈ কৰ্তৃত্ব দিয়া হোৱা নাছিল।

অভিযোগ মতে “চৰকাৰী কৰ্মচাৰী হোৱাৰ পিছতো তেতিয়াৰ মগধ ৰেঞ্জৰ মহাপৰিদৰ্শক অমিত লোধাই নেটফ্লিক্স আৰু খাকী ৱেব ছিৰিজ নিৰ্মাণ কৰা কোম্পানী ফ্ৰাইডে ষ্ট’ৰী টেলাৰ প্ৰাইভেট লিমিটেডৰ সৈতে অবৈধভাৱে ব্যক্তিগত/বাণিজ্যিক কাৰ্য্যকলাপত লিপ্ত হৈছিল।”

ইয়াত লগতে কোৱা হৈছে যে এনে কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি তদন্তকাৰী সংস্থাসমূহে প্ৰস্তুত কৰা তদন্তৰ প্ৰতিবেদন আৰক্ষীয়ে পৰ্যালোচনা কৰিছিল আৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

অবৈধভাৱে উপাৰ্জন কৰিবলৈ আৰু ক’লা ধনক বৈধ ধনলৈ ৰূপান্তৰিত কৰিবলৈ লোধাই অবৈধ কাৰ্যকলাপৰ আশ্ৰয় লৈ ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ প্ৰযোজনাৰ বাবে তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থ ‘বিহাৰ ডায়েৰীজ’ ব্যৱহাৰ কৰিছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে।

বিহাৰৰ শ্বেখপুৰা জিলাত সন্ত্ৰাসৰ সৃষ্টি কৰা এক ভয়ংকৰ গেংষ্টাৰক এগৰাকী আৰক্ষী বিষয়াই কেনেকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়, তাৰ কাহিনী ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ত দেখুওৱা হৈছে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd