DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত কালভাৰ্ট নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু অভিযন্তাৰ ব্যাপক লুণ্ঠনৰাজ; ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে নিৰ্মাণ কাৰ্য্য

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2019 1:43 pm
IMG_20190510_123013

গোৱালপাৰাত অনিয়মৰ অভিযোগত স্থানীয় ৰাইজে নিৰ্মাণ কাৰ্য্য বন্ধ কৰা কালভাৰ্টটোৰ ফটো।

671
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ গড়কাপ্তানি বিভাগটো যেন এতিয়া এচাম ঠিকাদাৰ আৰু বিষয়াৰ বাবে লুণ্ঠনৰ এক আহিলাত পৰিণত হৈছে ৷ ৰাইজৰ উন্নয়নৰ নামত আৱন্তিত ধন কিদৰে হৰলুকি হয় দেখিলে চকু কপালত উঠিব সাধাৰণ লোকৰ ৷

জিলা খনৰ বালিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভিঠাত গাঁৱৰ পথত  গড়কপ্তানি বিভাগে এছ অ পি ডি আঁচনিৰ অধীনত প্ৰায় বিশ লাখ টকা ব্যায় সাপেক্ষে এটা বক্স কালভাৰ্টৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷ কিন্তু পৰিতাপৰ বিষয় হল বিভাগীয় সকলো নীতি নিয়মক বুঢ়াআঙুলি দেখুৱাই ঠিকাদাৰ গিয়াছুদ্দিন আহমেদ আৰু অভিযন্তা গোলাপ কলিতাই কালভাৰ্ট নিৰ্মানৰ নামত চৰকাৰী ধনৰ লুণ্ঠন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

নিৰ্মাণ কাৰ্য্যৰ প্ৰায় ৪০ শতাংশ কাম শেষ হোৱাৰ পাছতো ৰাইজে আঁচনিখনৰ নামত কিমান পৰিমাণৰ ধন আৱন্তন হৈছিল সেই কথা জানিব নোৱাৰিলে। গাৰো জনগোষ্ঠী বসতি প্ৰধান অঞ্চলটোৰ লোকসকলৰ সৰলতাৰ সুযোগ গ্ৰহন কৰি ঠিকাদাৰ আাৰু অভিযন্তা গৰাকীয়ে কোনো ধৰনৰ ফলক নলগোৱাকৈ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰে।

তদুপৰি, স্থানীয় ৰাইজে অভিযোগ কৰা মতে বক্স কালভাৰ্টটোৰ নিৰ্মাণত আৰম্ভণিৰ পৰাই অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এই সম্পৰ্কত স্থানীয় ৰাইজে অভিযোগ কৰিলে ঠিকাদাৰে নিয়োজিত কৰা কৰ্মচাৰীৰ সকলৰ দ্বাৰা স্থানীয় ৰাইজ ভাবুকিৰ সন্মুখিন হ’বলগা হয় বুলি অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, কালভাৰ্ট নিৰ্মানৰ নামত চলি থকা অনিয়মত অতিষ্ঠ হৈ স্থানীয় ৰাইজে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

পথ নিৰ্মাণৰ ক্ষেত্ৰত জড়িত অভিযন্তা গৰাকীৰ বিৰুদ্ধে ৰাইজে জিলা গড়কাপ্তানি বিভাগৰ ওচৰত বহুবাৰ অভিযোগ দাখিল কৰিছে যদিও আজিলৈ বিভাগটোৱে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন নকৰাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

বিগত ফ্ৰেব্ৰুৱাৰি মাহত গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে কালভাৰ্ট আৰু পথ নিৰ্মাণ আঁচনিৰ উদ্বোধন কৰিছিল ৷ বিধায়ক গৰাকীয়ে আঁচনি সমূহ উদ্বোধন কৰিয়ে লুণ্ঠনৰ বাবে ঠিকাদাৰ আৰু অভিযন্তাসকলক এৰি দিয়ে বুলি আন এক গুৰুতৰ অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে ৷

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd