• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কা’ বিৰোধী আন্দোলনৰ পাঁচগৰাকী চহিদৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী কটনিয়ানৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 25, 2019 9:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলনৰ পাঁচগৰাকী চহিদ ক্ৰমে দীপাঞ্জল দাস, চেম ষ্টেফৰ্ড, আব্দুল আলীম, দ্বিজেন পাংগিং আৰু ঈশ্বৰ নায়কক আজি বিয়লি শ্ৰদ্ধাঞ্জলি জনায় কটনিয়ানে।

কটন বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে ‘কা’ বিৰোধী আন্দোলনৰ পাঁচগৰাকী চহিদৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবৰ বাবে দাবী জনায় কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰতঃ ছাত্ৰ-ছাত্ৰী সকলে।

Apply Now

‘কটন বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা দাবী জনাইছো ৫ গৰাকী চহিদৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ চৰকাৰে দিব লাগে। ২ লাখ-তিনিলাখ টকাৰ ৰাজনীতি নকৰিব। ইয়াৰ লগতে চহিদ পৰিয়ালৰ সদস্যক চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।‘ চৰকাৰলৈ এই দাবী জনাই কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই।

ইপিনে, চহিদৰ স্মৃতি ৰক্ষাৰ বাবে ল’বলগীয়া যাবতীয় ব্যৱস্থা অতি সোনকালে ল’ব লাগে বুলি মন্তব্য কৰি ঠাকুৰীয়াই কয় ‘আৰক্ষীৰ গুলি আৰু লাঠিচালনাত নিৰ্য্যাতিত হোৱা লোকক উপযুক্ত ক্ষতিপূৰণ দিব লাগে।’

‘কটন বিশ্ববিদ্যালয়ৰ নিৰ্মীয়মান বিদ্যাৰ্থী ভৱনটো পঞ্চ চহিদৰ নামত নামাকৰণ কৰিবলৈ বিশ্ববিদ্যালয় কতৃপক্ষক দাবী জনাইছো।‘ ঠাকুৰীয়াই লগতে কয়।

ইপিনে, বিশ্ববিদ্যালয়খনত অধ্যয়নৰতঃ হিৰকজ্যোতি বৰাই চহিদৰ পৰিয়ালক ন্যায় দিয়াৰ প্ৰয়োজন বুলি সদৰী কৰি কয়  ‘কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসম মানৱাধিকাৰ আয়োগৰ ওচৰত গোচৰ তৰিছে আৰু ইতিমধ্যে গোচৰটো পঞ্জীয়ন হৈছে। আশা কৰিছো ভালদৰে তদন্ত কৰি চহিদৰ পৰিয়ালক ন্যায় দিয়াত সহায় কৰিব।’

আনহাতে, উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্যতম গুৰি ধৰোতা তথা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় ‘এইখন চৰকাৰে চহিদক অৱমাননা কৰিছে। ইতিমধ্যে অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদক অৱমাননা কৰিলে। ৮৫৫ গৰাকী চহিদক অৱমাননা কৰাৰ ফল চৰকাৰখনে ভুগিছে।‘

প্ৰাঞ্জলৰ মতে ‘চৰকাৰে মাত্ৰ এজন চহিদৰ ঘৰত খবৰ ল’বলৈ গৈ ৰাজনীতি কৰিব বিচাৰিছে। ভোটৰ অংক নচলিব। ৫ গৰাকী চহিদে ক্ষতি পাব লাগিব আৰু মৰ্যদা পাব লাগিব।‘

ইপিনে, ‘২১ ত এইখন চৰকাৰক অসমবাসী ৰাইজে পুলিয়ে-পোখাই উভালি পেলাব বুলি মন্তব্য কৰি তেওঁ লগতে কয় ‘অসম বিৰোধী চৰকাৰক আমাৰ মাজত থাকিব দিব নোৱাৰো। ১ টা বছৰৰ পাছত টালিয়ে টোপোলাই দিচপুৰৰ পৰা বিজেপি চৰকাৰক পঠিওৱা হ’ব। তাৰ পাছত সৰ্বানন্দ আৰু হিমন্তই কাৰ দালালি কৰে আমাৰ ক’বলগীয়া নাই। অসমত অসমীয়াৰ দপ-দপনি চলিব আৰু স্বাভিমানী অসমীয়া হিচাপে জীয়াই থাকিব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd