• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা; ১৫ জুলাইৰ পৰা আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , July 16, 2020 2:33 pm

1 min read

Cotton-University-1140x570
756
VIEWS
Share on FacebookShare on Twitter

কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ দিন ঘোষণা কৰিছে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই। বিশ্ববিদ্যালয়খনে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ দিন ঘোষণা কৰিছে ৷

১৫ জুলাইৰ পৰা ২৫ জুলাইৰ সন্ধিয়া ৭ বজালৈ শিক্ষাৰ্থীসকলে নামভৰ্তিৰ আবেদন জমা কৰিব পাৰিব ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।

কৰ’না ভাইৰাচৰ এই জটিল সন্ধিক্ষণৰ বাবে অনলাইন যোগে হব এই নামভৰ্তিৰ প্ৰক্ৰিয়া ৷

www.cottonuniversity.ac.in ৱেৱচাইটৰ জৰিয়তে ১৫ জুলাইৰ পৰা অনলনাইনযোগে শিক্ষাৰ্থীসকলে আৱেদন কৰিব পাৰিব৷

ইপিনে, ৩০ জুলাইত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৱেৱচাইটত প্ৰকাশ কৰিব মেধাৰ তালিকা। অনলাইনযোগে আবেদন কৰাৰ বাবে শিক্ষাৰ্থীসকলে কোনো মাছুল প্ৰদান কৰিব নালাগে ৷

আনহাতে, ছেবাৰ অন্বেষণ নামৰ পৰ্টেলটোৰ জৰিয়তেও ২০ জুনৰ পৰা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছে ৷

সেইসকল শিক্ষাৰ্থীয়ে এই ৱেবচাইটযোগে আবেদন জনাব নালাগে বুলি জাননী খনত স্পষ্ট কৰি দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

ইফালে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাৰ বাবে ৩২০ খন আসনৰ লগতে কলা শাখাত ১২০ খন আসন  থাকিব ৷ সেইদৰে, বিশেষভাবে সক্ষম ব্যক্তিৰ বাবে ৩ শতাংশ আসন সংৰক্ষিত থাকিব ৷

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd