DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১১৯ বছৰীয়া পৰম্পৰা ভংগ; কটনিয়ানে পৰিধান কৰিব লাগিব গণবেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2019 4:45 pm
Cotton-University-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ শৈক্ষিক জগতক শতিকাজুৰি নেতৃত্ব দি অহা ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয় (পূৰ্বে কটন কলেজ)ৰ ১১৯ বছৰীয়া পৰম্পৰাক ভংগ কৰি নতুনত্ব দিয়াৰ চেষ্টা কৰিছে বিশ্ববিদ্যায়খনৰ কৰ্তৃপক্ষই।

শিক্ষানুষ্ঠানখনৰ নিয়মাৱলীৰ নতুনকৈ কৰা সংশোধনী অনুসৰি নতুন শিক্ষা বৰ্ষৰ পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিধান কৰিব লাগিব  অন্য বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিধান কৰাৰ দৰে নিৰ্দিষ্ট কৰা দিয়া গণবেশ।

কটন বিশ্ববিদ্যালয় কতৃপক্ষই প্ৰকাশ কৰা অনুসৰি কেবল উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰা প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীয়েহে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰ্দিষ্ট কৰি দিয়া গণবেশ পৰিধান কৰিব লাগিব।

আনহাতে, কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত গঠন কৰি দিয়া তিনিজনীয়া কমিটিয়ে কটনৰ নতুন গণবেশৰ ৰঙ কি হ’ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব। সকলো ঠিকে থাকিলে অহা জুনৰ পৰা কটনিয়ানে গণবেশ পৰিধান কৰাৰ সম্ভাৱনা আছে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুশাসনৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কৰ্তৃপক্ষই উল্লেখ কৰে।

উল্লেখযোগ্য যে, পূৰ্বে কটন কলেজ থাকোতে বা ই বিশ্বদ্যালয়ৰ মৰ্যদা পোৱাৰ পাছতো কটনত কোনোধৰণৰ গণবেশৰ ব্যৱস্থা নাছিল। কটনৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পচন্দ অনুযায়ী যি কোনো ধৰণৰ মাৰ্জিত পোছাক পৰিধান কৰি শিক্ষাগ্ৰহণ কৰি আহিছিল।

Recent News

Navjot Sidhu Gets 1 Year In jail

৩৪ বছৰ পুৰণি গোচৰত এবছৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত প্ৰাক্তন ক্ৰিকেটাৰ, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

ৰাইজৰ দলৰ প্ৰতিবাদত বাধা আৰক্ষী প্ৰশাসনৰ; সমদলকাৰীক আধা বাটতে আৱদ্ধ কৰিলে আৰক্ষীয়ে

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd