• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2019 6:46 am
cotton-college
550
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা হৈছে এখন আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা আৰু নাৰী সাৰস্বত মঞ্চৰ যুটীয়া উদ্যোগত সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে।

তৰ্ক প্ৰতিযোগিতাখন কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব।

উক্ত তৰ্ক প্ৰতিযোগিতাৰ বিষয় হৈছে ”নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ উত্তৰ-পূব ভাৰতৰ নাগৰিক সকলৰ স্বাৰ্থৰ পৰিপন্থী আৰু ভাৰতীয় সংবিধানৰ প্ৰতি ভাবুকি স্বৰূপ’’।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই জানিবলৈ দিছে এই কথা।

প্ৰতিযোগিতাখনত একাদশ শ্ৰেণীৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ শ্ৰেণীৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি ৰখা হৈছে।

প্ৰতিযোগিতাখনত অসমৰ যিকোনো মহাবিদ্যালয় প্ৰতিযোগীয়ে মুকলিকৈ অংশ গ্ৰহণ কৰিব পাৰিব।

আনহাতে, তৰ্ক প্ৰতিযোগিতাখনৰ বিজয়ী প্ৰতিযোগীসকলক নগদ ধনৰ লগতে ট্ৰফী পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে ৯৯৫৪৮-৬৪২১১ আৰু ৯৩৬৫৭-৬৯২৫৫ নম্বৰত ছাত্ৰ একতা সভাৰ সদস্যৰ সৈতে যোগাযোগ কৰিব পাৰে।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd