• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ কটনৰ ছাত্ৰ একতাসভাৰ নিৰ্বাচন : ছাত্ৰ ৰাজনীতিৰ প্ৰচলিত দৃশ্যৰ ব্যতিক্ৰমী প্ৰচাৰ দুই প্ৰাৰ্থীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2018 6:09 pm
Cotton Election

কটনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ এটা দৃশ্য।

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনসমূহতো দেশৰ সংসদীয় নিৰ্বাচনৰ ছাঁ দেখা পোৱা যায়। ফলত ছাত্ৰ নিৰ্বাচনতো দেখা যায়, নৃত্য-গীত, ভোজ-ভাত আদিৰ ব্যয়বহুল প্ৰচাৰ কাৰ্যসূচী। এই নিৰ্বাচনসমূহতো বহু ৰাজনৈতিক দল, ছাত্ৰ সংগঠন আদিক উবুৰি খাই পৰা দেখা যায়। কিন্তু এনে ব্যয়বহুলতাৰ বিপৰীতে ব্যতিক্ৰমী প্ৰচাৰ চলোৱা দেখা গৈছে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ দুজন প্ৰাৰ্থীক।

৬ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া ছাত্ৰ একতা সভা, ২০১৮-১৯ৰ  নিৰ্বাচনত সভাপতি আৰু উপসভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগ বঢ়াইছে  ক্ৰমে ব্ৰজেন ফুকন আৰু সঞ্জয় ডেকাই।

Apply Now

বিশ্ববিদ্যালয়খনৰ চহিদ মোজাম্মিল হক ছাত্ৰাবাসৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰা এই ছাত্ৰ দুজনক বৰ্তমান সময়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সততে দেখিবলৈ পোৱা ব্যয়বহুলতাক নিজৰ প্ৰচাৰ অভিযানৰ মাজেৰে বিৰোধিতা কৰা দেখা গৈছে।

প্ৰচাৰৰ বাবে তেওঁলোকে একাংশ সমৰ্থকৰ সহায়ত কিছু কাৰ্টুন অংকন কৰি, বাটৰ নাট আয়োজন কৰি আৰু য়ু টিউবত গীত-মাত প্ৰচাৰ কৰি প্ৰচলিত ব্যৱস্থাসমূহৰ বিৰোধিতা কৰিছে।

এই ব্যতিক্ৰমী প্ৰচাৰ সন্দৰ্ভত সভাপতি পদৰ প্ৰাৰ্থী ব্ৰজেন ফুকনে কয়, “বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ নিৰ্বাচনৰ নামত ভোজ-ভাত খুওৱা, প্ৰচাৰ অভিযানৰ নামত লাখৰ ঘৰত টকা খৰচ কৰাৰ যি পৰম্পৰা দেখা যায় তাৰ দ্বাৰা গণতন্ত্ৰক হত্যা কৰি থকা হৈছে। কটন বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী  বিবেকৱান। গতিকে এনেদৰে প্ৰলোভন দিয়া প্ৰক্ৰিয়াটোৰ আমি বিপৰিতে থিয় দিছো।”

ইপিনে, উপসভাপতি পদৰ প্ৰাৰ্থী সঞ্জয় ডেকাই জানিবলৈ দিয়ে যে তেওঁলোকে কোনো ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ সহায় নলয়।

“বিশ্ববিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ এক নিৰ্বাচনত ৰাজনৈতিক দল আৰু ছাত্ৰ সংগঠনসমূহক পিছত ৰাখি অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন আমি অনুভৱ নকৰো।” সঞ্জয় ডেকাই কয়।

উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ এইবাৰৰ  নিৰ্বাচনত ‍১৮টা পদৰ বিপৰীতে মুঠ ৫১জনে প্ৰতিদ্বন্দিতা কৰিছে। ইয়াৰে দুটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd