• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 24, 2019 8:15 am

1 min read

Vote Counting_2

প্ৰতিনিধিত্বমূলক চিত্ৰ

739
VIEWS
Share on FacebookShare on Twitter

যোৱা ২১ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা অসমৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। ৰাতিপুৱা ৮ বজাৰ পৰা ভোটগণনা কেন্দ্ৰসমূহত চাৰিওটা বিধান সভা সমষ্টিৰ বাবে ভোটগণনা আৰম্ভ হৈছে।

বহু অপেক্ষাৰত বিধান সভা সমষ্টি কেইটাৰ ফলাফল দুপৰীয়া ২ বজাৰ ভিতৰত লাভ কৰিব বুলি অনুমান কৰা হৈছে।

উপ নিৰ্বাচন অনুষ্ঠিত হোৱা বিধানসভা সমষ্টি কেইটা হৈছে ৰাতাবাৰী, ৰঙাপাৰা, সোণাৰী আৰু জনীয়া। ইয়াৰে ৰাতাবাৰী, সোণাৰি আৰু ৰঙাপাৰ বিজেপিৰ দখলত আৰু জনীয়া সমষ্টি কংগ্ৰেছৰ দখলত আছিল।

উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনত ৰঙাপাৰাৰ পৰা বিধায়ক পল্লৱলোচন দাস, সোণাৰীৰ পৰা তপন গগৈ, জনীয়াৰ পৰা আব্দুল খালেক আৰু ৰাতাবাৰীৰ পৰা কৃপানাথ মাল্লা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছৰে পৰা আসনকেইখন খালী হৈ আছিল।

ইফালে চাৰিখন জিলাত অনুষ্ঠিত হ’ব লগা ভোট গণনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে যাতে শান্তি-শৃংখলা বিঘ্নিত হ’ব পৰা কোনোধৰণৰ ঘটনা সংঘটিত নহয়।

Recent News

Imran-1

চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে ভাবুকি মাতিছে টীয়কৰ পৌৰাণিক কীৰ্তি চিহ্নলৈ

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd