• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউন; দেশৰ ৮.৩ কোটি বি পি এল পৰিয়াললৈ তিনিমাহৰ বাবে বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ মোদী চৰকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2020 3:58 pm

1 min read

গ্ৰাহকক ৰামটাঙোন : পুনৰ ৬০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য
4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত ২৪ মাৰ্চত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছত ল’কডাউনৰ সময়ত দেশৰ জনসাধাৰণে সন্মুখিন হ’ব পৰা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে।

দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ল’কডাউনৰ প্ৰতি লক্ষ্য ৰাখি ১.৭৬ লাখ কোটি টকাৰ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা ঘোষণা কৰে।

আনহাতে, সীতাৰমণে উজ্জ্বলা আঁচনিৰ অধীনত দেশৰ ৮.৩ কোটি বি পি এল পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা তিনিমাহৰ বাবে বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰাৰ কথাও ঘোষণা কৰে।

তদুপৰি, বিত্ত মন্ত্ৰী গৰাকীয়ে দেশৰ জন ধন একাউণ্ট থকা ২০ কোটি মহিলাই তিনিমাহৰ বাবে প্ৰতিমাহে ৫০০ টকাকৈ লাভ কৰিব বুলিও জনায়।

ভাৰতত বৰ্তমানলৈ ৬৫৬ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ১৬ গৰাকী লোকৰ মৃত্যু হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd