• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশক পিছলৈ ঠেলি জনতাক কেৱল মুদ্ৰাস্ফীতি আৰু ঘৃণাৰ ৰাজনীতি দিছে বিজেপিয়ে! অভিযোগ অখিলেশ যাদৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2023 12:37 pm
Akhilesh Yadav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ শাসন কালত অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক দিশত পিছপৰি গৈছে দেশ। দেশক পিছলৈ ঠেলি বিজেপিয়ে দেশবাসীক কেৱল মুদ্ৰাস্ফীতি আৰু ঘৃণাৰ ৰাজনীতি দিছে। এই দাবী কৰিছে সমাজবাদী দলৰ মুৰব্বী অখিলেশ যাদৱে।

যাদৱে লগতে গেৰুৱা দলটোক ২০২৪ চনৰ নিৰ্বাচনত জনসাধাৰণে দিল্লীৰ পৰা উৎখাত কৰিব বুলিও দাবী কৰে। ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ শাসক-বিৰোধী উভয়েই ৰণনীতি সাজু কৰাৰ সময়তে বিজেপিক এই সকীয়নি দিছে যাদৱে।

Apply Now

যাদৱৰ অভিযোগ মতে দেশৰ শাসনত অধিষ্ঠিত থকা বিজেপি দলে কেৱল ধনী লোকৰ বাবে কাম কৰি সাধাৰণ নাগৰিকক মুদ্ৰাস্ফীতি আৰু ঘৃণাৰ ৰাজনীতিহে দিছে।

“দৰিদ্ৰতা, নিবনুৱা সমস্যা, ক্ষুধা আৰু মুদ্ৰাস্ফীতিৰ উপৰিও বিজেপিয়ে সাধাৰণ জনতাক ঘৃণাৰ ৰাজনীতি দিছে। বিজেপিয়ে কেৱল ধনীক অধিক ধনী কৰি তুলিলে। বিজেপি শাসনৰ অধীনত দেশখন অৰ্থনৈতিক, সামাজিক, মানসিক আৰু ৰাজনৈতিকভাৱে বহু বছৰ পিছুৱাই গৈছে।”- হিন্দী ভাষাত এক টুইটযোগে এইদৰে কয় যাদৱে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ আটাইকেইখন আসনতে গেৰুৱা দল বিজেপিক পৰাস্ত কৰি দিল্লীৰ মচনদৰ পৰা উৎখাত কৰিব বুলিও সমাজবাদী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে বিজেপিক সকীয়াই দিছে।

উল্লেখ্য যে কিছু দিন পূৰ্বেও যাদৱে বিজেপিক শাসনৰ পৰা উৎখাত কৰাৰ সকীয়নি দিছিল। ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনলৈ মাত্ৰ ৪০০ দিন বাকী আছে বুলি মন্তব্য কৰাৰ পিছত সাৱধানবাণী শুনাইছিল যাদৱে।

মোদীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিলেশ যাদৱে শাসকীয় বিজেপি দলে এতিয়া দিন গণনা কৰিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছিল। মাজত আৰু ৩৯৯ টা দিন আছে আৰু ইয়াতকৈ এটা দিনো বিজেপি ক্ষমতাত নাথাকিব বুলি হুংকাৰ দিছিল যাদৱে।

ভাৰত ৰাষ্ট্ৰ সমিতিৰ প্ৰথমখন ৰাজহুৱা সভাত বক্তব্য ৰাখি যাদৱে ৩৯৯ দিনৰ পিছত বিজেপি ক্ষমতাৰ পৰা আঁতৰি যাব আৰু ৪০০ সংখ্যক দিনত নতুন চৰকাৰ গঠন হ’ব বুলি দাবী কৰিছিল।

এই বক্তব্যতো যাদৱে শাসকীয় বিজেপিয়ে জাতিটোক পিছলৈ ঠেলি আহিছে বুলি অভিযোগ কৰিছিল আৰু সকলো প্ৰগতিশীল নেতাই একত্ৰিত হৈ দেশৰ উন্নয়নৰ বাবে কাম কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd