DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভুলতে জাবৰৰ মাজলৈ দলিয়ালে ১৪ লাখ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 4:57 pm
Waste RHWS

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

12.3k
VIEWS
Share on FacebookShare on Twitter

ডাষ্টবিন পৰিষ্কাৰ কৰাটো বেছিভাগ লোকৰ বাবে নিত্য কৰ্মৰ তালিকাৰ অন্তৰ্ভুক্ত এটা কাম।

কিন্তু কেতিয়াবা ভুলবশতঃ যদি আমি ডাষ্টবিনত আমাৰ প্ৰয়োজনীয় বস্তুটো পেলাই দিওঁ আৰু বিচাৰি নাপাওঁ সেই সময়ত আমি বস্তুটো বিচাৰি হাবাথুৰি খাওঁ।

যেতিয়া পৰিয়াল এটাই নিজৰ থকা গৃহ সলনি কৰি নতুন গৃহলৈ যায় তেতিয়া প্ৰায়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সময়ত বহু লাগতীয়াল বস্তু ডাষ্টবিনত পেলোৱা হয়।

ইংলেণ্ডৰ এটা দম্পতীয়ে অলপতে জাবৰ চাফ চিকুণ কৰাৰ সময়ত ভুলতে ১৪ লাখ টকা নৱীকৰণ যোগ্য ডাষ্টবিনত পেলাই দিয়ে।

জানিব পৰা মতে, দম্পতীটোৱে সম্পৰ্কীয় এঘৰৰ বাসগৃহ পৰিষ্কাৰ কৰি আছিল আৰু অলাগতিয়াল সামগ্ৰীসমূহ পৰিষ্কাৰ কৰি ঘৰত থকা ডাষ্টবিনবোৰ নৱীকৰণ চেণ্টাৰলৈ লৈ যায়। চেণ্টাৰৰ কৰ্মীসকলে ডাষ্টবিনটো চাওঁতে আচৰিত হৈ পৰে।

কৰ্মীসকলে ডাষ্টবিনৰ জাবৰৰ মাজত ১৪ লাখ টকা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, দায়িত্বশীল কৰ্মীসকলে টকাখিনি নিজৰ লগত নাৰাখি ইংলেণ্ডৰ এভ’ন আৰু ছমাৰছেট আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভৰ পাছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ চি চি টিভিৰ ফুটেজ লক্ষ্য কৰি ডাষ্টবিনৰ জাবৰ পেলাব অহা দম্পতীটো চিনাক্ত কৰে আৰু তেওঁলোকৰ হাতত টকাখিনি ঘূৰাই দিয়ে।

আৰক্ষীয়ে নৱীকৰণ চেণ্টাৰৰ কৰ্মীসকলক সততাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd