DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চাঞ্চল্যকৰ! এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিবলৈ এহাল দম্পত্তিয়ে বিক্ৰী কৰিলে নিজৰ পুত্ৰসন্তানক, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2021 6:13 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

560
VIEWS
Share on FacebookShare on Twitter

এহাল দম্পত্তিয়ে এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিবলৈ নিজৰ সন্তানক বিক্ৰী কৰি দিয়াৰ এক ঘটনা পোহৰলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ কন্নৌজত।

দম্পত্তিহালে তেওঁলোকৰ তিনিমহীয়া পুত্ৰক গুৰশ্বাহগঞ্জৰ নিবাসী এজন ব্যৱসায়ীক বিক্ৰী কৰে।

বিক্ৰী কৰাৰ বিনিময়ত দম্পত্তিহালে লাভ কৰে ১.৫ লাখ টকা।।

বাতৰিমতে, বিষয়টো পোহৰলৈ আহে যেতিয়া শিশুটোৰ মাকৰ ফালৰ ককা-আইতাকে বৃহস্পতিবাৰে আৰক্ষীৰ আগত অভিযোগ দাখিল কৰে।

স্থানীয় তিৰৱা কটৱালী আৰক্ষী থানাৰ ফালৰ পৰা কোৱা হৈছে বিষয়টো সন্দৰ্ভত অভিযুক্ত লোককেইজনক সোধপোচ কৰা হ’ব।

আৰক্ষীয়ে জনোৱমাতে সন্তানটো বিক্ৰী কৰি পোৱা টকাৰে দম্পত্তিহালে এখন চেকেণ্ড হেণ্ড কাৰ ক্ৰয় কৰিছে।

Recent News

India’s largest pork processing plant

শিৱসাগৰত দেশৰ ভিতৰতে সৰ্ববৃহৎ গাহৰি ফাৰ্ম নিৰ্মাণৰ প্ৰস্তুতি

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

নাও চলাচলত বঙাইগাঁও জিলা দণ্ডাধীশৰ, সংশোধিত নিৰ্দেশনা জাৰি

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

Couple commits suicide in Bajali: ঋণৰ বোজা সহিব নোৱাৰি বজালীত দম্পতীৰ আত্মহত্যা

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

এইবাৰ ‘অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত বলীউডত নিৰ্মাণ হ’ব ছবি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd