DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৪ লাখ টকাৰ উৎকোচ লৈ এহাল দম্পত্তিক হত্যা কৰি গ্ৰেপ্তাৰ হ’ল এজন বিজেপি নেতা, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2021 4:00 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

578
VIEWS
Share on FacebookShare on Twitter

বিজেপি নেতাৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এটা দম্পত্তিৰ ক্ষত-বিক্ষত দেহ।

ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগৰ মালদা জিলাৰ গাজোল নামৰ ঠাইখনত।

আৰক্ষীয়ে বিজেপি নেতাজনক এই সংক্ৰান্তত আটক কৰিছে।

আৰক্ষীয়ে জনোৱামতে, স্থানীয় বিজেপি নেতা কৃষ্ণকমল অধিকাৰীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা দম্পত্তিহালৰ মৃতদেহ চিনাক্ত কৰা হৈছে।

গৌতম সৰকাৰ (৩৫) আৰু তাপসী সৰকাৰ (৩০) নামৰ দম্পত্তিহালে উত্তৰ দিনাজপুৰ জিলাৰ ইটাহাৰ থানাৰ বাংগাৰ অঞ্চলত বাস কৰে।

গৌতমৰ ডিঙিত চোকা অস্ত্ৰ আঘাত পোৱা গৈছে।

দম্পত্তিহালৰ পৰিয়ালে অভিযোগ কৰামতে, যোৱা ৮ মে’ তাৰিখে এটা চৰকাৰী প্ৰশিক্ষণ দিয়াৰ নাম লৈ দম্পত্তিহালক ঘৰৰ পৰা বিজেপি নেতাজনে লৈ যায়।

তাৰপাছতে দম্পত্তিহালৰ কোনো শুংসূত্ৰ পোৱা নগ’ল।

আনকি মোবাইলৰ চুইচো অফ কৰি থোৱা আছিল।

তাৰপাছতে বাংগাৰ অঞ্চলৰ বাসিন্দাসকলে ১২ মে’ তাৰিখে বিজেপি নেতাজনৰ বাসগৃহ ঘেৰাও কৰে।

স্থানীয় ইটাহাৰ থানাত দম্পত্তিহালৰ আত্মীয়সকলে অভিযোগো দাখিল কৰে।

বৃহস্পতিবাৰে আবেলি বিজেপি নেতাজনৰ বাসগৃহৰ পৰা দম্পত্তিহালৰ ৰক্তাক্ত দেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱামতে, অভিযুক্ত বিজেপি নেতাজনক আটক কৰা হৈছে।

দম্পত্তিহালৰ পৰিয়ালৰ অভিযোগমতে, বিজেপি নেতাজনে তাপসী সৰকাৰক নাৰ্চৰ চাকৰি দিয়াৰ নামত ৪ লাখ টকা উৎকোচ লৈছিল।

আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।

Recent News

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd