• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“প্ৰথমে CAA বাতিলৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম, পিছতহে বিকল্প ৰাজনীতি”, আদালত চৌহদতে কৈ গ’ল অখিল গগৈয়ে

আদালত চৌহদতে অখিল গগৈক সাক্ষাৎ ড০ হীৰেন গোহাঁই আৰু মীৰা বৰঠাকুৰৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 10, 2020 8:25 pm
Akhil Gogoi

নিয়াৰ আদালতলৈ অনাৰ সময়ত অখিল গগৈ। ১০ জানুৱাৰিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CAA বাতিল কৰাৰ বাবে সকলো জাতীয় সংগঠনকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ আজি আদালতৰ চৌহদৰ পৰাই আহ্বান জনাইছে কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে।

CAA বাতিল প্ৰথম অগ্ৰাধিকাৰৰ বিষয় বুলি কৈ গগৈয়ে কয়, “প্ৰথমে CAA বাতিল, পিছতহে বিকল্প ৰাজনীতিৰ চিন্তা”।

Apply Now

আনহাতে আজি গগৈক পুনৰ নিজৰ জিম্মাত বিচৰা NIA-ক আজি বিমুখ কৰে বিশেষ ন্যায়াধীশৰ আদালতে। NIA-ৰ আবেদন খাৰিজ কৰি আদালতে গগৈক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

CAA-বিৰোধী আন্দোলনৰ সময়তে গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তিৰ নেতাজনৰ স্বাস্থ্য কিছু পৰিমাণে অৱনতি হোৱা বুলি দিয়া অধিবক্তাৰ যুক্তিৰ পিছত চিকিৎসা প্ৰদানৰো নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

গগৈয়ে আদালত চৌহদতে চিঞৰি চিঞৰি “জয় আই অসম” ধ্বনি দিয়াৰ লগতে অসমবাসী ৰাইজক CAA-ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

ইয়াৰ মাজতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে আদালত চৌহদতে অখিল গগৈক সাক্ষাৎ কৰে।

আনহাতে নিজৰ নেতাজনক দুপৰীয়া ১১:৩০ বজাত আদালতত হাজিৰ কৰাৰ সময়ত তেওঁৰ মুক্তিৰ দাবীত আদালত চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

১৪ ডিচেম্বৰত NIA-ই গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা এজাহাৰত কৃষক নেতাগৰাকীক মাওবাদী সজোৱাৰ লগতে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দি ১৬ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰিছিল।

১৭ ডিচেম্বৰত কৃষক নেতাগৰাকীক NIA-ই বিশেষ আদালতত হাজিৰ কৰাই ১০ দিনৰ নিজৰ জিম্মাত লৈ দিল্লীলৈ নিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd