DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ব্ৰিটেইন আৰু ভাৰতৰ নতুন প্ৰজাতিৰ কৰোনাক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2021 7:35 pm
Covaxine1
552
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইন আৰু ভাৰতত সংহাৰ চলোৱা কৰোনাৰ দুয়োটা নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক। এই দাবী কৰিছে ভেকচিনটোৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে।

আইচিএমআৰ আৰু ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিড ভেকচিন কোভাক্সিন ইতিমধ্যে ভাৰতত প্ৰদান কৰি থকা হৈছে।

ভাৰত বায়’টেকৰ যুটীয়া পৰিচালন সঞ্চালক সুচিত্ৰা এলাই টুইটাৰত এই দাবী কৰি কয় যে মেডিকেল জাৰ্ণেল ‘ক্লীনিকেল ইনফেক্সছ ডিজিজ’ৰ এক প্ৰতিবেদনে কোভাক্সিন ভেকচিনে কৰোনাৰ নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছে।

জানিব পৰা মতে ‘নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি আৰু আইচিএমআৰে যৌথভাৱে চলোৱা এক পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিদেনৰ মুখ্য স্বাস্থ্য উপদেষ্টা এন্থনি ফৌচিয়েও ভাৰতত প্ৰস্তুত কৰা কোভাক্সিনে ‘বি১৬১৭’ নামৰ ডাব্বল মিউটেন্ট প্ৰজাতিৰ কোভিভ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে ব্ৰিটেইনত সংহাৰ চলোৱা কৰোনাৰ নতুন প্ৰজাতিৰ কৰোনাক ‘বি১১৭’ আৰু ভাৰতত সংহাৰ চলাই থকা কৰোনা ভাইৰাছক ‘বি১৬১৭’ বুলি কোৱা হৈছে।

Tags: COVID-19

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd