• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২-১৮ বছৰৰ সকলৰ দেহত কোভাক্সিনৰ জৰুৰী প্ৰয়োগত অনুমোদন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 12, 2021 7:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন কোভাক্সিন এতিয়াৰে পৰা ২-১৮ বছৰৰ লোকসকলৰ দেহতো জৰুৰী ভিত্তিত প্ৰয়োগ কৰিব পৰা যাব।

ছাবজেক্ট এক্সপাৰ্ট কমিটিয়ে এই অনুমোদন জনাইছে।ভাৰত বায়’টেকে ৬ অক্টোৱৰৰ দিনা ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকক ২-১৮ বছৰৰ ভিতৰৰ সকলৰ দেহত কোভাক্সিনৰ পৰীক্ষামূলক প্ৰয়োগৰ তথ্য দাখিল কৰিছিল।সেই তথ্য লাভ কৰাৰ পিছতে ২-১৮ বছৰৰ সকলৰ দেহতো কোভাক্সিন ব্যৱহাৰৰ অনুমোদন দিয়া হয়।

Apply Now

উল্লেখ্য প্ৰথমে পাটনাৰ এইমছত শিশুসকলৰ ওপৰত কোভাক্সিনৰ ক্লিনিকেল ট্ৰায়েল কৰা হৈছিল। ইয়াৰ পিছত দিল্লীৰ এইমছেও এই পৰীক্ষণেই চলাইছিল।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিড-১৯ৰ এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলত ২বছৰৰ পৰা ১৮ বছৰৰ শিশুসকলৰ বাবে উপযোগী হ’ব নে নাই সেয়া পৰ্যবেক্ষণ কৰা হৈছিল।

ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ বিষয়ে বিশেষজ্ঞসকলে সতৰ্ক কৰি দি ইয়াৰ প্ৰভাৱ বিশেষকৈ শিশুসকলৰ পৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ পাছত দেশখনে শিশুসকলৰ ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে।

২ৰ পৰা ১৮ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত ভাৰততে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন কোভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছিল ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভাক্সিন ভেকচিন ২ৰ পৰা ১৮ বছৰৰ তলৰ লোকসকলক প্ৰদানৰ বিষয়ত বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰি ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে সেই বয়সৰ লোকসকলৰ ক্ষেত্ৰত কোভাক্সিন ভেকচিনৰ পৰীক্ষণ চলাবলৈ অনুমতি দিছিল।

প্ৰথমাৱস্থাত ৫২৫ গৰাকী ২ৰ পৰা ১৮ বছৰৰ তলৰ স্বাস্থ্যৱান লোকৰ ওপৰত এই পৰীক্ষণ চলোৱা হৈছিল বুলি জানিব পৰা গৈছে।

পৰীক্ষণৰ সময়ত পেশীত কোভাক্সিন ভেকচিন প্ৰদান কৰা হৈছিল আৰু প্ৰথম ভেকচিন প্ৰদানৰ ২৮ দিনৰ পিছত দ্বিতীয়টো ভেকচিন দিয়া হৈছিল।

উল্লেখ্য আমেৰিকাত জৰুৰীকালীন পৰিস্থিতিত ১২ বছৰৰ পৰা ১৫ বছৰ বয়সৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদানৰ অনুমতি দিয়া হৈছে।

একেদৰে কানাডাতো ১২ বছৰ বয়সৰ পৰা ফাইজাৰৰ ভেকচিন প্ৰদানৰ অনুমতি দিয়া হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd