• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

WHO ৰ ভেকচিনৰ তালিকাত নাই ভাৰতৰ কোভাক্সিন ভেকচিনৰ নাম,শলঠেকত বিমান যাত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 22, 2021 8:16 pm
covx
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত সংহাৰৰ সৃষ্টি কৰা কোভিড প্ৰতিৰোধৰ বাবে ভাৰতে প্ৰস্তুত কৰা কোভাক্সিন ভেকচিনৰ নাম নাই বিশ্ব স্বাস্থ্যসংস্থাৰ ভেকচিনৰ তালিকাত।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভাক্সিন ভেকচিনৰ ৫ কোটি ৮০ লাখ ডজ বিদেশলৈও ৰপ্তানি কৰা হৈছে। অৰ্থাৎ ভাৰতৰ লগতে ব্ৰাজিল, বাংলাদেশ আদিৰ লগতে আন বহু দেশৰ লোকে এতিয়া কোভাক্সিন ভেকচিন গ্ৰহণ কৰিছে।

Apply Now

ইমানৰ পিছতো ভাৰতে প্ৰস্তত কৰা ভেকচিন বিধৰ নাম বিশ্ব স্বাস্থ্য সংস্থাৰ ভেকচিনৰ তালিকাত অন্তৰ্ভূক্ত নোহোৱাত মূলতঃ বিপদত পৰিছে ভাৰতৰ পৰা বিদেশলৈ যোৱা লোকসকল। কাৰণ বিমান যাত্ৰা কৰিবলৈ ভেকচিন লোৱাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হয়।

যিসকল বিমান যাত্ৰীয়ে কোভাক্সিন লৈছে তেওঁলোকৰ প্ৰমাণপত্ৰ বিমান সংস্থা সমূহৰ লগতে বিদেশৰ প্ৰশাসনে গ্ৰহণ নকৰে। কাৰণ কোভাক্সিন বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাত নাই।

সেইবাবেই কোভাক্সিন লোৱা বিমান যাত্ৰীসকলক বিদেশত ভেকচিন নোলোৱাসকলৰ তালিকাতে ৰখা হৈছে।ভাৰত বা?্যটেকৰ ফালৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাক কোভাক্সিনৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে যদিও বিশ্ব স্বাস্থ্য সংস্থাই সেয়া এতিয়াই সম্ভৱ নহয় বুলি ইংগিত দিছে।

ইয়াৰ ফলত ভাৰতীয় ভেকচিন কোভাক্সিনে বিশ্বজনীন স্বীকৃতি লাভৰ পৰাও বঞ্চিত হৈছে।

উল্লেখ্য ব্ৰিটেইন আৰু ভাৰতত সংহাৰ চলোৱা কৰোনাৰ দুয়োটা নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক। এই দাবী কৰিছে ভেকচিনটোৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে।

আইচিএমআৰ আৰু ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিড ভেকচিন কোভাক্সিন ইতিমধ্যে ভাৰতত প্ৰদান কৰি থকা হৈছে।

ভাৰত বায়’টেকৰ যুটীয়া পৰিচালন সঞ্চালক সুচিত্ৰা এলাই টুইটাৰত এই দাবী কৰি কয় যে মেডিকেল জাৰ্ণেল ‘ক্লীনিকেল ইনফেক্সছ ডিজিজ’ৰ এক প্ৰতিবেদনে কোভাক্সিন ভেকচিনে কৰোনাৰ নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছে।

জানিব পৰা মতে ‘নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি আৰু আইচিএমআৰে যৌথভাৱে চলোৱা এক পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিদেনৰ মুখ্য স্বাস্থ্য উপদেষ্টা এন্থনি ফৌচিয়েও ভাৰতত প্ৰস্তুত কৰা কোভাক্সিনে ‘বি১৬১৭’ নামৰ ডাব্বল মিউটেন্ট প্ৰজাতিৰ কোভিভ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে ব্ৰিটেইনত সংহাৰ চলোৱা কৰোনাৰ নতুন প্ৰজাতিৰ কৰোনাক ‘বি১১৭’ আৰু ভাৰতত সংহাৰ চলাই থকা কৰোনা ভাইৰাছক ‘বি১৬১৭’ বুলি কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd