• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৩৮৮জনলৈ বদ্ধি; নতুনকৈ ১৩৩ গৰাকী চিনাক্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 21, 2020 12:16 pm

1 min read

1216 persons cured of COVID-19 in Assam on Tuesday
1.5k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ নতুনকৈ ১৩৩ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান অসমত আক্ৰান্তৰ সংখ্যা ৫৩৮৮জনলৈ বদ্ধি পাইছে।

ৰাজ্যখনত সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ২১৭৪জন।

আনহাতে, মুঠ ৩২০২জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ৯জন লোকৰ মৃত্যু ঘটিছে।

আজি চিনাক্ত হোৱা সকলৰ ৭৩ গৰাকী কামৰূপ (মহানগৰ)ৰ, ৩১ গৰাকী নগাঁৱৰ, ১৮ গৰাকী যোৰহাটৰ, ৫ গৰাকী ওদালগুৰীৰ, ২ গৰাকী গোলাঘাটৰ, ২ গৰাকী মাজুলীৰ, এগৰাকী ধেমাজী আৰু এগৰাকী তিনিচুকীয়াৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

?Alert ~ 133 new #COVID19+ cases reported in Assam

73 Kamrup(M), 31 Nagaon, 18 Jorhat, 5 Udalguri, 2 Golaghat, 2 Majuli, 1 Dhemaji, 1 Tinsukia

↗️Total cases 5388
↗️Recovered 3202
↗️Active cases 2174
↗️Deaths 09

11:40 PM/June 21/ Day's Total as of now 133#AssamCovidCount pic.twitter.com/GgWf1WdRT0

— Himanta Biswa Sarma (@himantabiswa) June 21, 2020

ইপিনে শনিবাৰে অসমত ২৪৯জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে শুকুৰবাৰে ১০২জন কোভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

সেইদৰে, বৃহস্পতিবাৰৰ দিনটোত মুঠ ২১০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে বুধবাৰৰ দিনটোত সৰ্বমুঠ ১৮৪ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

আনহাতে, মঙলবাৰৰ দিনটোত মুঠ ২০১ গৰাকী লোক ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছিল।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd