DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত ৭৭৮গৰাকীলৈ বৃদ্ধি কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2020 7:29 am
Assam-Police

প্ৰতিনিধিত্বমূলক ফটো।

408
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীত এতিয়ালৈকে ৭৮৮গৰাকী কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰ ভিতৰত ৩৭৭ গৰাকীয়ে এতিয়ালৈ আৰোগ্য লাভ কৰিছে।

আনহাতে, আক্ৰান্ত আৰক্ষীৰ লোকসকলক কোৱাৰেন্টাইনত ৰখা হৈছে।

অসম আৰক্ষীৰ শেহতীয়া এটা টুইট ৰিটুইট কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এইকথা সদৰী কৰিছে।

ইতিমধ্যে, কোভিড আক্ৰান্ত হোৱা ২৭গৰাকী আৰক্ষী বিষয়াই আৰোগ্য লাভ কৰাৰ পাছত কৰ্তব্যত যোগদান কৰিছে।

কোভিড-১৯ত আক্ৰান্ত হৈ এতিয়ালৈকে এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যু ঘটিছে।

As on today, a total of 788 of our personnel have tested positive for #Corona, out of which 377 have recovered. One of our colleagues made the supreme sacrifice and inspires us every day.

After fighting bravely, 27 of our #CoronaWarriors have already joined back for duty. pic.twitter.com/HN563coqiD

— Assam Police (@assampolice) July 17, 2020

ইয়াৰ পূৰ্বে যোৱা ৬জুলাইত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই জনাইছিল যে কোভিড-১৯ পজিটিভ পোৱাসকলৰ ভিতৰৰ ১৭১গৰাকী কোভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ আছে আৰু ৪৯গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

‘অসমত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু মহামাৰীৰ সৈতে সম্পৰ্কিত কৰ্তব্যত তথা আন আইন-শৃংখলাৰ কামত নিয়োজিত আৰক্ষী বিষয়াও আক্ৰান্ত হৈছে,’-তেওঁ কৈছিল।

অলপতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ সুৰক্ষাত নিয়োজিত চাৰিগৰাকী বিষয়াৰো পজিটিভ ধৰা পৰিছিল। ইয়াৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়েও স্বাৱ টেষ্ট কৰে যদিও তেওঁৰ ফলাফল নিগেটিভ আহে।

Tags: COVID_19

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd