• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত আৰু চাৰিজন কোবিড-১৯ পজিটিভ; মুঠ ৪১ জনলৈ বৃদ্ধি পালে ক’ৰ’নাক্ৰান্তৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2020 2:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আজিৰ দিনটোতে চাৰিটাকৈ কোভিড-১৯ পজিটিভ ঘটনা পোহৰলৈ আহিছে।

বঙাইগাঁও জিলাত চাৰিগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

Apply Now

টুইটাৰযোগে এই কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Alert ~ Four more #COVID positive cases are reported from Bongaingaon district.

The number of #COVID19 patients in Assam now stands at 41. ( 29 are discharged, 1 death, so active hospital cases 11.)

Update at 1 pm / April 30#AssamCovidCount

— Himanta Biswa Sarma (@himantabiswa) April 30, 2020

বৰ্তমানলৈকে সম্পূৰ্ণ ঠিকনা জানিব পৰা হোৱা নাই আক্ৰান্ত লোককেইজনৰ।

উল্লেখযোগ্য যে ২৮ এপ্ৰিলত বঙাইগাঁও জিলাৰ শালমৰাত ১৬ বছৰীয়া কিশোৰীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। নিজামুদ্দিন মাৰ্কাজৰ লগত সম্পৰ্ক থকা বুলি মন্ত্ৰীগৰাকীয়ে জনাইছিল।
মাৰ্কাজত যোৱা লোকৰ সংস্পৰ্শলৈ আহিছিল কিশোৰীগৰাকী।

অসমত ৪১ জনলৈ বৃদ্ধি পালে কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা।

ইতিমধ্যে ২৯ জনে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে। লগতে অসমত বৰ্তমান অসমত ১১ টা পজিটিভ কেচ আছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

June 12, 2026 9:35 pm
বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

June 12, 2026 9:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

June 13, 2026 7:40 am
ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

June 13, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd