DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাট চহৰ, উপকণ্ঠ অঞ্চলত অনিৰ্দিষ্টকালীন লকডাউন

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
July 15, 2020 10:52 pm
Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

611
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলা প্ৰশাসনে ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সদৰ চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন লকডাউন ঘোষণা কৰিছে।

চহৰখনত বৰ্তমানো বলৱৎ থকা লকডাউন কেৱল যোৰহাট পৌৰ এলেকাত সীমাবদ্ধ আছিল, কিন্তু বুধবাৰে নতুনকৈ ঘোষিত লকডাউনে চহৰৰ কাষৰীয়া ঠাইসমূহো সামৰি ল’ব।

যোৰহাট চহৰত ইতিমধ্যে বলৱৎ থকা লকডাউনৰ আজি অন্তিম দিন।

জিলা উপায়ুক্ত ৰশ্নি এ ক’ৰাতিয়ে জাৰি কৰা নিৰ্দেশমতে নতুন লকডাউনে সামৰা অঞ্চল হৈছে চিনামৰা তিনিআলি, লিচুবাৰী চাৰিআলি, ৰৰৈয়া চাৰিআলি, অজন্তা বায়পাছ, মালৌ আলি বায়পাছ, সৰ্বাইবন্ধা বায়পাছ, কেন্দুগুৰি বায়পাছ, জে ই চি গেট, গড়মূৰ, জে ই চি কেম্পাছ, সোণাৰী গাওঁ হৈ এ টি ৰ’ডৰ পৰা জেল তিনিআলি, ৰ’ড নং ১, এ এ ইউ চৌহদকো ধৰি সদৰ তিনিআলিৰ পৰা লিচুবাৰী হৈ জেল তিনিআলি।

লকডাউনৰ সময়চোৱাত গেলামালৰ পাইকাৰী আৰু খুচুৰা দোকান খোলাৰ অনুমতি দিয়া হৈছে।

পাইকাৰী দোকানসমূহ পুৱা সাতৰ পৰা দুপৰীয়া ১২ আৰু খুচুৰা দোকানসমূহ দুপৰীয়া ১২ৰ পৰা সন্ধিয়া ছয় বজালৈ খোলাৰ অনুমতি দিয়া হৈছে।

তাৰোপৰি শাক-পাচলি, মাছ-মাংস, ফলমূল আৰু খোৱাপানীৰ হ’ম ডেলিভাৰি কৰাৰ অনুমতি দিয়া হৈছে।

যোৰহাটত আজি ৭৭গৰাকী ক’ভিড পজিটিভ ব্যক্তি চিনাক্ত হৈছে। তাৰে ৭০ৰ জনৰে ভ্ৰমণৰ ইতিহাস নাই।

জানিব পৰা মতে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ চিকিৎসককে ধৰি ২৫গৰাকী কৰ্মচাৰী ক’ভিড পজিটিভ চিনাক্ত হৈছে।

জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৬২ আৰু ২৪৫গৰাকী লোক এতিয়ালৈকে আৰোগ্য হৈছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd