• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত দোকান খোলাৰ নতুন সময়সীমা কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 17, 2020 5:47 pm

1 min read

COVID19: 2772 persons discharged in Assam on Thursday

প্ৰতিনিধিত্বমূলক ছবি

15.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত ক’ৰনা ভাইৰাছৰ সামাজিক সংক্ৰমণৰ আশংকাত কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চে নতুন নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ গুৱাহাটীত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ মুকলি ৰখাৰ আহ্বান জনাইছে চেম্বাৰছ অব কমাৰ্চে।

৩০ জুনলৈকে ব্যৱসায়ীসকল এই নিয়ম মানি চলিবলৈ আহ্বান জনাইছে চেম্বাৰ্চ অব কমাৰ্চে।

সপ্তাহৰ সোমবাৰ পৰা শনিবাৰলৈ দেওবাৰে দোকান বন্ধ ৰখাৰ বাবেও কোৱা হৈছে।

ইয়াৰোপৰি, দেওবাৰৰ দিনটোত সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰখাৰ নির্দেশনা কামৰূপ(ম) চেম্বাৰচ অব কমাৰ্চৰ।

কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি এম পি জৈনে এক বিজ্ঞপ্তিৰ জৰিয়তে এই আহ্বান জনাইছে।

তদুপৰি, প্ৰতিজন গ্ৰাহকে মাস্ক, চেনিটাইজ, সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক বুলি বিজ্ঞপ্তিত জৈনে উল্লেখ কৰে।

লগতে  ব্যৱসায়ী প্ৰতিষ্ঠানসমূহে গ্ৰাহকসকল আহোঁতে থাৰমেল স্কেনিং, সামাজিক দূৰত্ব ৰক্ষা কৰাব লাগিব বুলিও নিৰ্দেশনা দিয়ে।

গণ সংক্ৰমণ যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বাহিৰৰ পৰা অহা ড্ৰাইভাৰ, হেণ্ডিমেন আৰু শ্ৰমিকসকলৰ পৰা সামাজিক দূৰত্ব কঠোৰভাৱে মানি চলিব লাগিব বুলি বিজ্ঞপ্তিত উল্লেখ কৰে।

কিয়নো বহিৰাজ্য পৰা অহা ড্ৰাইভাৰ, হেন্দিমেনৰ পৰা ক’ৰনা সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকট।

Tags: COVID-19

Recent News

zubin

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

Kaliabor

কলিয়াবৰত অভিলাষী বিজ্ঞান প্ৰকল্পৰ আধাৰশিলা স্থানপন কৰিব মন্ত্ৰী কেশৱ মহন্তই

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd