• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাংতকৰ মাজতে ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা ভাৰতৰ দীর্ঘ দূৰত্ব ৰে’ল কন্যাকুমাৰীত প্ৰৱেশ

ৰে'ল বিভাগে ক'ৰ'নাংতকৰ বাবে যাত্ৰীবাহী ৰে'ল বন্ধ কৰাৰ পিছত শেষৰখন ৰে'লে যাত্ৰা সামৰণি মাৰে কালি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 26, 2020 7:47 am

2 min read

train-india-lockdown.jpg

প্ৰতিনিধিত্বমূলক ফ'টো

5.7k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈ যাত্ৰা কৰা দেশৰ দীৰ্ঘতম দূৰত্বৰ যাত্ৰীবাহী বিজয়া এক্সপ্ৰেছ ৰে’লখন কন্যাকুমাৰীত গৈ উপস্থিত হৈছে।

শনিবাৰে নিশা ডিব্ৰুগড়ৰ পৰা নামনিমুৱা যাত্ৰা আৰম্ভ কৰা বিবেক এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লখনে বুধবাৰে পুৱা ৯.৩৬ বজাত ৮২ ঘণ্টা ৫০ মিনিট যাত্ৰা কৰাৰ অন্তত গন্তব্য স্থান কন্যাকুমাৰী ৰেল’ৱে ষ্টেচনত প্ৰৱেশ কৰে। দক্ষিণাত্য ৰে’লৱেই এই কথা প্ৰকাশ কৰিছে।

Train no: 15906 (Vivek Express) reached its destination today at 9:36. It began its journey before #JantaCurfew. The last train in the entire IR to complete it’s journey. The train ran at less than 50% occupancy through out most part of it journey. @RailMinIndia pic.twitter.com/tgBMudyQK1

— @GMSouthernrailway (@GMSRailway) March 25, 2020

কন্যাকুমাৰীত প্ৰৱেশ কৰাৰ সময়ত ৰে’লখনত কৰ্মচাৰীসহ মাত্ৰ ১৫ জন যাত্ৰী আছিল। ৰে’লখনত যাত্ৰা কৰা সকলো যাত্ৰীকে আইচলেশ্যন ৰখা হৈছে।

উল্লেখ্য দেশৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে’লখনে ৪,২০০ কিলোমিটাৰ যাত্ৰা কৰাৰ অন্তত কন্যাকুমাৰী ৰে’লৱে ষ্টেচনত প্ৰৱেশ কৰিছে।

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ আতংকৰ বাবে ইতিমধ্যে ভাৰতীয় ৰে’ল বিভাগে সকলোবোৰ যাত্ৰীবাহী ৰে’ল অহা ৩১ মাৰ্চ পৰ্যন্ত চলাচলৰ বন্ধ ৰাখিছে।

স্বামী বিবেকানন্দৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত দেশৰ বাবে তদানীন্তন ৰে’লৱে মন্ত্ৰী মমতা বেনাৰ্জীয়ে ডিব্ৰুগড়ৰ-কন্যাকুমাৰী নামনিমুৱা বিবেক একেপ্ৰছ ৰে’লখন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিছিল।

ৰে’লখনে অসমৰ ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি নাগালেণ্ড, পশ্চিমবংগ, বিহাৰ, ওড়িশা, অন্ধ্ৰ প্ৰদেশ, কেৰেলা আৰু তামিলমাডুৰ  ৫৬ টা ষ্টেচনত ৰৈ কন্যাকুমাৰীত গৈ উপস্থিত হয়।

উল্লেখ্য যে, ১৩,৫২৩ ৰে’লেৰ দেশৰ প্ৰায় ২.৩ কোটি যাত্ৰীয়ে দৈনিক ৰে’ল যাত্ৰা কৰে।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd